স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ কেইখনমান বিখ্যাত গ্ৰন্থৰ নাম কি?

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ‘ভাই ভাই এক ঠাই’ নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল।