সেউজ বিপ্লৱ কি?

উত্তৰঃ সফল খেতিয়কসকলে নিজৰ মাটি , মূলধন , নতুন । উচ্চ প্রযুক্তিবিদ্যা , নতুন প্রজাতিৰ বীজ আৰু আধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি , নিজৰ মাটিত অত্যাধিক কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল । এই কৃষিজাত খাদ্যশস্যৰ অত্যধিক উৎপাদন ব্যৱস্থাটোকে সেউজ বিপ্লব বুলি জনা যায় ।