সামাজিক সমূহ আৰু নেতৃত্বদান (Social Group And Leadership) | Chapter 2 | B.A 2nd Sem Education Question and Answer Assamese Medium | TDC 2nd Semester Education Major Question and Answer | B.A 2nd Semester Education Major Notes and Suggestion

সামাজিক সমূহ আৰু নেতৃত্বদান

প্ৰশ্নাৱলী
১। সমূহ মানে কি? সমূহৰ বৈশিষ্ট্যসমূহ লিখা। 
What is group? Write about the characteristics of group. 
Answer:
২। প্রাথমিক সমূহৰ এটা উদাহৰণ দিয়া। 
Give a example of primary group. 
Answer:
৩। বহিমুখিতা নেতৃত্বৰ এটা যােগ্যতা (হয় নে নহয় লিখা) 
Extroversion is an ability of leadership. (Write yes or no) 
Answer:
৪। ‘আমি ভাৱ’- ৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। (খালী ঠাই পূৰ কৰা) 
‘We feeling is an important characteristics of a – (Fill in the blanks) 
Answer:
৫। প্রাথমিক সমূহ আকাৰত সদায় বৃহৎ (হয় নে নহয় লিখা।) 
Primary group are always large in size. (Write yes or no) 
Answer:
৬। সামাজিক সমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 
Mention two characteristics of social group. 
Answer:
৭। সামাজিক সমূহৰ সংজ্ঞা দিয়া। 
Define social group. 
Answer:
৮। সমূহৰ দুটা উপাদান লিখা। 
Write two factors of group. 
Answer:
৯। ছামনাৰৰ বিখ্যাত গ্রন্থখনৰ নাম কি? 
What is the name of Sumners renowned book? 
Answer:
১০। জেম ড্রেভাৰৰ সমূহৰ শ্রেণীবিভাজন বর্ণনা কৰা। 
Explain the classification of group of James Draver. 
Answer:
১১। প্রাথমিক সমূহৰ বাহ্যিক বৈশিষ্ট্যবােৰ উল্লেখ কৰা। 
Mention the external characteristics of primary group. 
Answer:
১২। প্রাথমিক সমূহৰ আভ্যন্তৰীণ বৈশিষ্ট্যবােৰ উল্লেখ কৰা। 
Mention the internal characteristics of primary group. 
Answer:
১৩। প্রাথমিক সমূহ কিয় প্রয়ােজনীয়? 
Why primary group is important? 
Answer:
১৪। মাধ্যমিক সমূহ কিয় প্রয়ােজনীয়? 
Why secondary group is important? 
Answer:
১৫। সহযােগিতাৰ দুবিধ প্ৰকাৰ উল্লেখ কৰা। 
Mention two types of co-operation. 
Answer:
১৬। সমাজত সহযােগিতাৰ ভূমিকা আলােচনা কৰা  
Discuss the role of co – operation in society. 
Answer:
১৭। প্রতিযােগিতাৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা। 
Mention the characteristics of competition. 
Answer:
১৮। প্রতিযােগিতাৰ প্ৰকাৰবােৰ কি কি? 
What are the types of competition? 
Answer:
১৯। সংঘাতৰ বৈশিষ্ট্যবােৰ কি কি? 
What are the characteristics of conflict? 
Answer:
২০। সংঘাতৰ কাৰণবােৰ কি কি? 
What are the causes of conflict? 
Answer:
২১। উপযােজনৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা। 
Mention the characteristics of accomodation. 
Answer:
২২। উপযােজনৰ পদ্ধতিবােৰ কি কি? 
What are the methods of accomodation? 
Answer:
২৩। আত্মীকৰণৰ মানে কি? 
What is assimilation? 
Answer:
২৪। আত্মীয়কৰণৰ বৈশিষ্ট্যবােৰ লিখা। 
Write the characteristics of Assimilation. 
Answer:
২৫। মিমেচিচৰ অন্তর্ভূক্ত হােৱা সমূহ মনৰ প্ৰভাৱ তিনিটা কি কি? 
What are three impact of mimesis included in group mind? 

Answer:
২৬। নেতৃত্বৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 
Mention two characteristics of leadership. 
Answer:
২৭। স্বেচ্ছাচাৰী নেতৃত্ব কি? 
What is authoritarian leadership? 
Answer:
২৮। নেতৃত্বৰ দুটা গুণ উল্লেখ কৰা। 
Mention two qualities of leadership. 
Answer:
২৯। সমূহক প্ৰভাৱিত কৰা কাৰকবােৰ আলােচনা কৰা। 
Discuss about the factors affecting group.
Answer:

৩০। সমূহৰ প্ৰকাৰবােৰ কি কি? আলােচনা কৰা। 
What are the types of group? 
Discuss. 
Answer:
৩১। প্রাথমিক সমূহ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য সমূহ কি কি? 
What do you mean by primary group? What are its characteristics. 
Answer:
৩২। মাধ্যমিক সমূহ কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? 
What is secondary group? What are its characteristics.
Answer:
৩৩। প্রাথমিক সমূহ আৰু মাধ্যমিক সমূহৰ মাজৰ পাৰ্থক্যবােৰ লিখা। 
Write the differences between primary and secondary groups. 
Answer:
৩৪। সামাজিক আন্তঃক্রিয়া মানে কি? 
What is social interaction? 
Answer:
৩৫। সামাজিক আন্তঃক্রিয়াৰ বৈশিষ্ট্যবােৰ কি কি? 
What are the characteristics of Social interaction. 
Answer:
৩৬। চমু টোকা লিখা (Write short notes on) 
(ক) সহযােগিতা (Co-operation) 
Answer:
(খ) প্রতিযােগিতা (Competition) 
Answer:
(গ) সংঘাত (Conflict) 
Answer:
(ঘ) উপযােজন (Accomodation) 
Answer:
(ঙ) আত্মীকৰণ (Assimilation) 
Answer:
৩৭। সামাজিক আন্তঃক্রিয়াৰ শিক্ষাগত মূল্য সম্বন্ধে আলােচনা কৰা। 
Discuss about the educational implications of social interaction. 
Answer:
৩৮। সমূহ গতিশীলতা বুলিলে কি বুজা? শিক্ষকৰ বাবে ইয়াৰ অধ্যয়নৰ প্রয়ােজনীয়তা আলােচনা কৰা। 
What do you mean by group dynamics? Discuss about the role of teachers in studying it? 
Answer:
৩৯। নেতৃত্ব কি? নেতৃত্বৰ প্ৰকাৰ কি কি? 
What is leadership? What are the types of leadership? 
ANswer:
৪০। নেতৃত্বৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা। 
Discuss about the characteristics of leadership.
Answer: 
৪১। উপযুক্ত নেতৃত্বৰ গুণাৱলীবােৰ আলােচনা কৰা। 
Discuss about the qualities of effective leadership. 
Answer:
৪২। নেতৃত্বৰ বাবে শিক্ষাৰ ওপৰত এখন ৰচনা লিখা। 
Write an essay on education for leadership. 
Answer:
৪৩। এজন শিক্ষক হিচাপে ছাত্র-ছাত্রীৰ মাজত কেনেকৈ নেতৃত্বৰ গুণ বিকশাই তুলিবা? 
How will you promote leadership qualities among students as a teacher? 
Answere:
৪৪। “নেতা নজন্মে, গঢ় লয়” —আলােচনা কৰা। 
“Leadership are not born, but made” discuss.
Answer:
Type Himanku Bora