সামাজিক সংগঠন-বিসংগঠন (Social Organisation-disorganisation) | Chapter 5 | B.A 2nd Sem Education Question and Answer Assamese Medium | TDC 2nd Semester Education Major Book | B.A 2nd Sem Education Major Suggestion Question and Answer Notes Solution Assamese Medium | সামাজিক সংগঠন-বিসংগঠন পাঠটোৰ প্ৰশ্ন উত্তৰ

প্ৰশ্নাৱলী
১। সামাজিক সংগঠন মানে কি? 
What is social organisation? 
২। প্রত্যেক সামাজিক সংগঠনৰ নির্দিষ্ট উদ্দেশ্য আছে (হয় নে নহয় লিখা) 
Every social organisation has definite purpose. (Write yes or no) 
৩। সামাজিক সংগঠনৰ সংজ্ঞা লিখা। 
Giva a definition of social organisation. 
৪। সামাজিক সংগঠনৰ দুটা বৈশিষ্ট্য লিখা। 
Write two characteristics of social organisation. 
৫। আনুষ্ঠানিক সামাজিক সংগঠনৰ ধাৰণটো লিখা। 
Write the concept of formal social organisation. 
৬। অনানুষ্ঠানিক সামাজিক সংগঠন কাক বােলে? 
What is informal social organisation? 
৭। আনুষ্ঠানিক সামাজিক সংগঠনৰ দুটা বৈশিষ্ট্য লিখা। 
Write two characteristics of formal social organisation 
৮। অনানুষ্ঠানিক সামাজিক সংগঠনৰ দুটা বৈশিষ্ট্য লিখা। 
Write two characteristics of informal social organisation. 
৯। লােকাচাৰৰ দুটা বৈশিষ্ট্য লিখা। 
Write two characteristics of Folkways. 
১০। জনৰীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 
Mention two characteristics of Mores. 
১১। সামাজিক বিসংগঠন কাক বােলে? 
What is social disorganisation? 
১২। সামাজিক বিসংগঠনৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা। 
Mention the characteristics of social disorganisation. 
১৩। ব্যক্তিগত বিসংগঠন মানে কি? 
What is individual disorganisation 
১৪। পৰিয়াল বিসংগঠন মানে কি বুজা? 
What is meant by family disorganisation? 
১৫। সামাজিক বিসংগঠন প্রতিকাৰৰ দুটা উপায় উল্লেখ কৰা। 
Mention two remedies to prevent social disorganisation. 
১৬। সামাজিক সংগঠন কেইপ্ৰকাৰৰ? প্রত্যেক প্ৰকাৰৰ বৈশিষ্ট্যবােৰ লিখা? 
How many types of social organisation are there? Write the features of each type. 
১৭। সামাজিক সংগঠনৰ কাৰক বা উপাদানবােৰ কি কি? আলােচনা কৰা। 
What are the factors of social organisations? Discuss. 
১৮। আনুষ্ঠানিক সামাজিক সংগঠন আৰু অনানুষ্ঠানিক সামাজিক সংগঠনৰ মাজৰ পার্থক্য লিখা। 
Write the differences between formal social organisations and informal organisations. 
১৯। লােকাচাৰ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যবােৰ লিখা? 
What is Folkways? Write its Characteristics. 
২০। জনৰীতি কি? চমুকৈ লিখা। 
What is mores? Write shortly. 
২১। কোনটো ভাষাৰ পৰা ‘Mores’ শব্দটো উদ্ভৱ হৈছে ? 
From which language does the word ‘Mores’ originate? 
২২। লােকাচাৰ আৰু জনৰীতিৰ পার্থক্য লিখা। 
Write about the differences between folkways and mores. 
২৩। লােকাচাৰ আৰু জনৰীতিৰ শিক্ষাগত তাৎপর্য ব্যাখ্যা কৰা। 
Explain the educational implications of folkways and mores. 
২৪। সামাজিক বিসংগঠন মানে কি? সংজ্ঞা দিয়া। 
What is social disorganisation? Give definition. 
২৫। সামাজিক বিসংগঠনৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা। 
Mention five characteristics of social disorganisation. 
২৬। সামাজিক বিসংগঠনৰ শ্ৰেণীকৰণ আলােচনা কৰা। 
Discuss the typology of social disorganisation. 
২৭। সামাজিক বিসংগঠনৰ কাৰণবােৰৰ বিষয়ে লিখা? 
Write about the causes of social disorganisation. 
২৮। সামাজিক বিসংগঠন কেনেকৈ প্ৰতিৰােধ কৰিব পাৰি? 
How can social disorganisation should be prevent? 
২৯। লােকাচাৰ আৰু জনৰীতিৰ মাজৰ সাদৃশ্য কি কি? 
What are the similarities between folkways and mores?
Type Himanku Bora