সহ-সমন্ধ গুণাংক
(Coefficient of Correlation)
প্ৰশ্নাৱলী
( ১ ) সহ – সম্বন্ধ মানে কি ?
What is Correlation ?
উত্তৰঃ
( ২ ) সহ – সম্বন্ধ গুণাংক কি ?
What is Coefficient of Correlation ?
উত্তৰঃ
( ৩ ) সহ – সম্বন্ধ গুণাংকৰ সংজ্ঞা লিখা ।
Define Coefficient of Correlation .
উত্তৰঃ
( ৪ ) সহ – সম্বন্ধ গুণাংকৰ ভাগবােৰৰ উল্লেখ কৰা ।
Mention the types of coefficient of correlation .
উত্তৰঃ
( ৫ ) সহ – সম্বন্ধ গুণাংক নির্ণয়ৰ দুটা পদ্ধতি কি কি ?
What are the two methods of compulation of coefficient of correlation .
উত্তৰঃ
( ৬ ) স্থান পার্থক্য পদ্ধতি কোনে উদ্ভাৱন কৰিছিল ?
Who introduction the Rank Difference Method ?
উত্তৰঃ
( ৭ ) স্থান পার্থক্য পদ্ধতিৰ সুবিধা আৰু অসুবিধাবােৰ লিখা ।
Write about the merits and demerits of rank difference method .
উত্তৰঃ
( ৮ ) স্থান পার্থক্য পদ্ধতিৰ সূত্ৰটো লিখা ।
Write the formula of rank difference method .
উত্তৰঃ
( ৯ ) চমুটোকা লিখা
Write short notes on
( ক ) ধনাত্মক সহ – সম্বন্ধ
Positive Correlation
( খ ) ঋণাত্মক সহ – সম্বন্ধ
Negative Correlation
( ১০ ) তলত দিয়া ৰাশিশ্রেণী দুটাৰ পৰা স্থান পার্থক্য পদ্ধতিৰ সহায়ত সহ – সম্বন্ধ গুণাংক নির্ণয় কৰা আৰু ফলাফল ব্যাখ্যা কৰা ।
Determine coefficient of correlation by using Rank Difference method from the following two sets of scores and interpret the result .
Test 1: 55 62 48 45 52 48 60 65 44 50
Test 2 : 65 70 55 50 55 48 68 66 55 56
Type* Ankur Raj Deka