সত্যাগ্ৰহ মানে কি?

উত্তৰঃ সত্যাগ্ৰহ (সংস্কৃত: ) মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল।