সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ড° সচ্চিদানন্দ সিন্‌হাই।