শৈক্ষিক প্ৰযুক্তিবিজ্ঞানৰ দ্বাৰা শিক্ষাত নতুনত্ব
INNOVATIONS IN EDUCATION TEROUGH EDUCATIONAL TECHNOLOGY
Chapter 9
(১) অতি চমু উওৰ দিয়া (Give very short answer)
(i) দলগত শিকণ কোন চনত সৃষ্টি হৈছিল ?
In which year, team teaching was started?
উত্তৰঃ
(ii) দলগত শিকণত প্ৰধান শিক্ষক কোনে ?
Who is master-teacher in team teaching ?
উত্তৰঃ
(iii) দলগত শিকণ কেইপ্ৰকাৰৰ ?
How many types are there in team teaching ?
উত্তৰঃ
(iv) ‘ই-শিক্ষণত’ ‘ই’ শব্দৰ অৰ্থ কি ?
What is the meaning of the term ‘E’ in ‘E-learning’?
উত্তৰঃ
(v) সমন্বয়মূলক শিক্ষণ কি ?
What is blended learning?
উত্তৰঃ
(vi) LAN ৰ সম্পূৰ্ণ গঢ়টো লিখা ।
Write the full form of LAN.
উত্তৰঃ
(২) খালী ঠাই পূৰ কৰা (Fill in the blanks)
(i) বৈদ্যুতিক শিক্ষণৰ আন এক নাম হ’ল ——- বেচদ শিক্ষা ।
Another name of e-learning is ——- based education.
উত্তৰঃ
(ii) দলগত শিকণত দলৰ সদস্যসকলৰ মাজত ——- থাকে ।
There is a ——- among the members of team in team-teaching.
উত্তৰঃ
(iii) কাগজমুক্ত পুথিভঁৰালৰ আন এক হ’ল ——- ।
Another name of paper free library is ——-.
উত্তৰঃ
(iv) বৈদ্যুতিক শিক্ষণত ——- যোগে শিক্ষা লাভ কৰা হয় ।
Education is acquired through ——- in e-learning.
উত্তৰঃ
(v) ৱেব চাৰ্ভাৰ হ’ল বৈদ্যুতিক পুথিভঁৰালৰ এবিধ ——- ।
Web-server is a ——- of e-library.
উত্তৰঃ
(৩) দলগত শিকণ কি ?
What is team teaching.
উত্তৰঃ
(৪) দলগত শিক্ষণৰ সংজ্ঞা দিয়া ।
Define team-teaching.
উত্তৰঃ
(৫) দলগত শিক্ষণৰ পাঁচটা বৈশিষ্ট্য।
Write five characteristics of team-teaching.
উত্তৰঃ
(৬) দলগত শিকণৰ নীতিবোৰ আলোচনা কৰা ।
Discuss the principles of team-teaching.
উত্তৰঃ
(৭) দলগত শিকণৰ শ্ৰেণীবিভাজন বৰ্ণনা কৰা ।
Explain the classification of team-teaching.
উত্তৰঃ
(৮) দলগত শিকণৰ স্তৰসমূহ আলোচনা কৰা ।
Explain the steps of team teaching.
উত্তৰঃ
(৯) দলগত শিকণৰ সুবিধা আৰু অসুবিধাবোৰ লিখা ।
Write the advantages and disadvantages of team teaching.
উত্তৰঃ
(১০) বৈদ্যুতিক শিক্ষণ কি ?
What is e-learning.
উত্তৰঃ
(১১) বৈদ্যুতিক শিক্ষণৰ সংজ্ঞা দিয়া।
Define e-learning.
উত্তৰঃ
(১২) বৈদ্যুতিক শিক্ষণৰ বৈশিষ্ট্যবোৰ লিখা ।
Write the characteristics of e-learning.
উত্তৰঃ
(১৩) বৈদ্যুতিক শিক্ষণৰ উপায়বোৰ আলোচনা কৰা ।
Discuss the modes of e-learning.
উত্তৰঃ
(১৪) সমকালিন যোগাযোগ কি ?
What is synchronous communication ?
উত্তৰঃ
(১৫) সহায়ক শিক্ষণ কি ?
What is support learning?
উত্তৰঃ
(১৬) বৈদ্যুতিক শিক্ষণৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।
Discuss about the advantages and disadvantages of e-learning.
উত্তৰঃ
(১৭) বৈদ্যুতিক পুথিভঁৰালৰ ধাৰণা ব্যাখ্যা কৰা।
Explain the concept of e-library.
উত্তৰঃ
(১৮) বৈদ্যুতিক পুথিভঁৰালৰ সংজ্ঞা দিয়া ।
Define e- library.
উত্তৰঃ
(১৯) বৈদ্যুতিক পুথিভঁৰালৰ বৈশিষ্ট্যবোৰ লিখা ।
Write the characteristics of e-library.
উত্তৰঃ
(২০) উচ্চ শিক্ষাত বৈদ্যুতিক পুথিভঁৰালৰ ভূমিকা আলোচনা কৰা ।
Discuss the role of e-learning in higher-education.
উত্তৰঃ
(২১) বৈদ্যুতিক পুথিভঁৰালৰ সুবিধাবোৰ লিখা।
Write the advantages of e-library.
উত্তৰঃ
(২২) বৈদ্যুতিক পথিভঁৰালৰ অসুবিধাবোৰ লিখা ।
Write the demerits of e-library.
উত্তৰঃ
Type Himashree Bora.