শীতল যুদ্ধ আৰু শীতল যুদ্ধোত্তৰ যুগ (Cold War and Post Cold War Era)। Lesson- 2 | BA 4th Sem Political Science (Major) | Question Answer Assamese Medium |

Lesson- 2

শীতল যুদ্ধ আৰু শীতল যুদ্ধোত্তৰ যুগ

আৰ্হি প্ৰশ্নাৱলী (Model Question)

    A . Very Objective Type Question (I marks for each)

    1. Cold War is the ‘Hot Peace’ – কোনে কৈছিল?

        (Cold War is the ‘Hot Peace’ -Who said?)

Answer-

   2. ‘Cold War’ গ্ৰন্থখন কোনে লিকিছিল?

        (Who wrote the book ‘Cold War’?)

Answer-

    3. Cold War is “Hard and bitter Peach” – কোনে কৈছিল? 

        (Cold War is “Hard and better Peace” – Who said)

Answer-

4. য়াল্টা সন্মিলন আৰু পষ্টডাম সন্মিলনৰ পিওছত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল-কোনে কৈছিল?

    (Cold War started after the Yalta Conference and Potsdam Conference -Who made this remark)

Answer-

5. “Let us not deceived, we are today in the midst of Cold War” -কোনে কৈছিল?

    (“Let us not deceived, we are today in the midst of Cold War”- Who made this remark?)

Answer-

6. ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?

    (How many member states are there in EU?)

Answer-

7. NATO-ৰ সম্পূৰ্ণ ৰূপ কি?

    (Write the full form NATO?)

Answer-

8. ECSC আৰু OEEC-ৰ সম্পূৰ্ণ ৰূপ কি? 

    (Write the full from of ECSC and OEEC,)

Answer-

9.ইউৰোপীয় আৰ্থিক সম্প্ৰদায়ক ইউৰোপীয় ইউনিয়নৰ বাটকটীয়া বোলা হয়। শুদ্ধ নে? 

    (European Economic Community is Known as Known as the pioneer of European Union (Yes/No)

Answer-

10.তৃতীয় বিশ্ব অভিধাটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল?

    (Who coined freedom “The theterm World”)

Answer-

11.Cold War is the’ Hot Peace’— কোনে কৈছিল ?

     (Cold War is the’ Hot peace’- Who said?)

Answer-

12.  ‘Cold War’ গ্ৰন্থখন কোনে লিখিছিল?

     ( Who wrote the book’ Cold War’?) 

Answer-

13.Cold War is” Hard and bitter Peace” — কোনে কৈছিল? 

    (Cold War is” Hard and better Peace”-Who said ? )

Answer-

14. য়াল্টা সন্মিলন আৰু পষ্টডাম সন্মিলনৰ পিছত শীতল যুদ্ধৰ সুত্রপাত হৈছিল কোনে কৈছিল?

     (Cold War started after the Yalta Conference and Postdam Conference-Who made this remark?)

Answer-

15.”Let us not deceived, we are today in the midst of Cold —কোনে কৈছিল?

     (“Let us not deceived, we are today in the midst of Cold War”- Who made this remark?)

Answer-

 16.ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ? 

    ( How many member states are there in EU?) 

Answer-

17.NATO-ৰ সম্পূৰ্ণ ৰূপ কি? 

    (Write the full form of NATO?) 

Answer-

18.ECSC আৰু OEEC- ৰ সম্পূৰ্ণ ৰূপ কি? 

    (Write the full form of ECSC and OEEC.)

Answer-

 19 . ইউৰোপীয় আর্থিক সম্প্ৰদায়ক ইউৰোপীয় ইউনিয়নৰ বাটকটীয়া বোলা হয় । শুদ্ধ নে ? 

    (European Economic Community is known as the pioneer of European Union ( Yes / No )

Answer-

20. চামুৰাই কোন? 

    (Who is Samurai) 

Answer-

B. Short Type Questions (4/5 marks for each ) 

1. শীতল যুদ্ধৰ প্ৰধান চাৰিটা ভিত্তি আলোচনা কৰা।

     (Examine four basis of the Cold War.)

Answer-

 2. শীতল যুদ্ধৰ চাৰিটা কাৰণ উল্লেখ কৰা।

     (Explain four causes of Cold War.)

Answer-

 3. শীতল যুদ্ধৰ চাৰিটা প্রভাৱ বৰ্ণনা কৰা।

     (Explain four effects of Cold War.)

Answer-

 4. শীতল যুদ্ধৰ অৱসানৰ চাৰিটা কাৰণ উল্লেখ কৰা।

     (Discuss four causes of the decline of Cold War.)

Answer-

 5. ইউৰোপীয় ইউনিয়নৰ গঠন সম্পর্কে চমু টোকা লিখা।

     (Write a short note an the formation of European Union.)

Answer-

 6. তৃতীয় বিশ্বৰ উত্থানৰ কাৰকসমূহ আলোচনা কৰা । 

    (Discuss the causes for the emergence of Third World.)

Answer-

 7. নিম্নোক্ত বিলাকৰ বিষয়ে চমুকৈ লিখা—

     (Write Short note on-) 

(ক) মেচট্রিষ্ট চুক্তি

     (Masstricht Treaty) 

Answer-

(খ) ইউৰোপীয় ইউনিয়নৰ ‘ইউৰো’ 

    (Euro for European Union) 

Answer-

( গ ) ইউৰোপীয় সংসদৰ ভূমিকা

      ( Role of the European Parliament ) 

Answer-

( ঘ ) ইউৰোপীয় পৰিষদৰ ভূমিকা

    (Role of the Council of Europe)

Answer-

8. ইউৰোপীয় ইউনিয়নৰ গঠন সম্পর্কে চমু টোকা লিখা। 

    ( Write a short note an the formation of European Union.) 

Answer-

9.  নিম্নোক্ত বিলাকৰ বিষয়ে চমুকৈ লিখা— 

    (Write Short note on) 

Answer-

(ক) মেচট্রিষ্ট চুক্তি

     (Masstricht Treaty)

Answer-

 (খ) ইউৰোপীয় ইউনিয়নৰ ‘ ইউৰো ’ 

    (Euro for European Union) 

Answer-

(গ) ইউৰোপীয় সংসদৰ ভূমিকা 

    (Role of the European Parliament) 

Answer-

(ঘ)ইউৰোপীয় পৰিষদৰ ভূমিকা 

    (Role of the Council of Europe)

Answer-

C. Essay Type Questions (10/12 marks for each) 

1. প্রথম বিশ্বযুদ্ধই সৃষ্টি কৰা প্ৰধান ঘটনাৱলী বর্ণনা কৰা।

     (Describe the main events responsible for the outbreak of the First World War) 

Answer-

2.প্রথম বিশ্বযুদ্ধৰ ঐতিহাসিক পটভুমিৰ এক বর্ণনা দিয়া। 

     (Elucidate the historical background of the First World War.) 

Answer-

3. প্রথম মহাযুদ্ধৰ কাৰণসমূহ ব্যাখ্যা কৰা। ইয়াৰ ফলাফলবোৰ কি কি?

     (Explain the causes of the First World War. What are its consequences?)

Answer-

 4. পেৰিছ শান্তি চুক্তিৰ চৰ্তসমূহ আলোচনা কৰা।

      (Discuss the main provisions of the Paris Peace Fonference.)

Answer-

 5. পেৰিছ শান্তি চুক্তি অধিৱেশনৰ সমুখত দেখা দিয়া প্ৰাৰম্ভিক সমস্যাবোৰ আলোচনা কৰা।

     (Discuss the intitial problems Occured in the Paris Peace Conference) 

Answer-

6. পেৰিছ শান্তি চুক্তিৰ আধাৰ ক্ষেত্ৰসমূহ ফঁহিয়াই আলোচনা কৰা৷ 

    (Discuss in details the bases of the Paris Peace.) 

Answer-

 7. ৰাষ্ট্ৰপতি উড্ৰ উইলছনৰ চৈধ্যদফীয়া শান্তি প্ৰস্তাৱৰ বিষয়ে বিতং বিশ্লেষণ আগবঢ়োৱা৷ 

    (Explain in details President Woodraw Wilsons Fourteen point peace proposal.) 

Answer-

৪. বিশ্বশান্তিৰ আধাৰ হিচাপে উইলছনৰ বিভিন্ন শান্তি প্রস্তাৱ তথা আঁচনিৰ এক সমালোচনা মূল্যায়ন দাঙি ধৰা৷ 

    (Critically evaluate Wilson’s various peace proposals and programmes as the basis of world peace.) 

Answer-

9. ভাছাই সন্ধিৰ চৰ্তাৱলী তথা বিধি – ব্যৱস্থাসমূহ আলোচনা কৰা৷ 

    (Discuss the main provisions of the Treaty a Versailles.) 

Answer-

10. ভাৰ্ছাই চুক্তি নিৰ্ধাৰণৰ সময়ত কি কি বিষয়ত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল? এই চুক্তিক বিজেতাই বিজিতৰ ওপত জাপি দিয়া চুক্তি হিচাপে বিবেচনা কৰিব পাৰিনে?

     (Highlight the areas on which problems occur at the time of drafting the Treaty of Versailles. Can it be called a dectated peace of the victors on the vanquished ? Give reasons for your answer.)

Answer-

 11. দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণসমূহ আলোচনা কৰা৷

     (Discuss the causes of the Second World War.) 

Answer-

12. দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু পৰিণতি সম্বন্ধে আলোচনা কৰা৷

     ( Explain the causes and consequences of Second World War.)

Answer-

13. শীতল যুদ্ধৰ সংজ্ঞা দি ইয়াৰ কাৰবিলাক আলোচনা কৰা।

    (What do you mean by Cold War? Discuss of Cold War.)

Answer-

14. শীতল যুদ্ধৰ সম্পৰ্কে এক সমালোচনাত্মক টোকা যুগুত কৰা।

    (Give a critical of the beginning of Cold War.)

Answer-

15. শীতল যুদ্ধৰ ইতিহাস সম্বন্ধে লিখা।

    (Evaluate the history of Cold War.)

Answer-

16. শীতল যুদ্ধৰ সংজ্ঞা দিয়া। বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ প্ৰভাৱ সম্প্ৰৰ্কে আলোচনা কৰা।

    (What do you Mean by Cold War? Discuss the impact of Cold War on International Politics.)

Answer-

1. শীতল যুদ্ধৰ সংজ্ঞা দিয়া। বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

    (What do you mean by Cold War? Discuss the impact of Cold War on Inter-International Politics.)

Answer-

2. বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধোত্তৰ উন্নয়ন সম্বন্ধে আলোচনা কৰা।

    (Discuss about the post Cold War development in the World.)

Answer-

3. ইউৰোপীয় ইউনিয়ন গঠনৰ কাৰবিলাক আলোচনা কৰা।

    (Discuss the major factors responsible for the formation of the European Union?)

Answer-

4. ইউৰোপীয় ইউনিয়নৰ প্ৰধান অংগবিলাক আলোচনা কৰা আৰু ইয়াৰ ক্ষমতা আৰু কাৰ্য আলোনা কৰা।

    (What are major organs of the European Union? Discuss briefly three composition powers and functions.)

Answer-

5. বিশ্ব ৰাজনীতিত ইউনিয়নৰ ভূমিকা আলোচনা কৰা।

    (Discuss the role of the European Union in the International Politics.)

Answer-

6. ইউৰোপীয় ইউনিয়নে অৱসানৰ সন্মুখীন হোৱা প্ৰত্যাহবানবিলাক বৰ্ণনা কৰা।

    (What are the major challanges faced by the European Union discuss briefly.)

Answer-

7. শীতল যুদ্ধৰ অৱসানৰ পিছত ক্ষমতাৰ এক বিকল্প কেন্দ্ৰস্থল হিচাপে জাপান আৰু জাৰ্মানৰ অভ্যুত্থান সম্পৰ্কে আলোচনা কৰা।

    (Examine the emergence of japan and German as altenative center of power after the end Cold War.)

Answer-

8. শীতল যুদ্ধোত্তৰ কালত ক্ষমতা বিকল্প কেন্দ্ৰস্থল হিচাপে ফ্ৰান্স আৰু ৰাছিয়াৰ উত্থান সম্পৰ্কে আলোচনা কৰা।

    (Examine the emergence of France and Russia as alternative center of power after the end Cold War.)

Answer-

Type-Bharat Kalita