শিৱৰ পত্নী পাৰ্বতীয়ে শিৱক খেতি কৰিবলৈ কি কি বিধান দিছে ?

উত্তৰঃ  শিৱৰ পত্নী পার্বতীয়ে শিৱক খেতি কৰিবৰ নানা বিধান দিছে। শিৱৰ ঘৰত থকা গৰখীয়া ভীমক পেটভৰাই খুৱাব নোৱাৰি আৰু পেটভৰাই খাবলৈ নাপালে ভীম গৰখীয়া হৈ নাথাকে বুলি কোৱাত পার্বতীয়ে শিৱক খেতি কৰিবলৈ পৰামৰ্শ দিছে। পিচে শিৱই ধন-বিত, সা-সঁজুলি নোহোৱাকৈ খেতি কেনেকৈ কৰিব বুলি কোৱাত পার্বতীয়ে শিৱক খেতি কৰাৰ উপায় দিছে