শিক্ষা আৰু সমাজ
প্ৰশ্নাৱলী
১। শিক্ষা সামাজিক ব্যৱস্থা বুলি ক’লে কি বুজা?
What do you mean by education as a social system?
Answer:
২। সামাজিক ব্যৱস্থা কি?
What is a social system?
Answer:
৩। শিক্ষা যে এক ব্যৱস্থা তাৰ দুটা বৈশিষ্ট্য লিখা।
Write two characterstics education as a system.
Answer:
৪। শিক্ষা এক ব্যৱস্থা হিচাপে থকা দুটা কার্য লিখা।
Write two functions education as a system.
Answer:
৫। সামাজিকৰণ কি?
What is socialization.
ANswer:
৬। সামাজিকৰণৰ এটা সংজ্ঞা দিয়া।
Give a definition of socialization.
Answer:
৭। শিক্ষা এক সামাজিকৰণ প্রক্রিয়া হিচাপে ভূমিকা লিখা।?
Write the role of education as a socialization process.
Answer:
৮। সামাজিকৰণৰ দুটা মাধ্যম উল্লেখ কৰা।
Mention two agencies of socialization.
Answer:
৯। সামাজিকৰণৰ মাধ্যম হিচাপে পৰিয়ালৰ বিষয়ে লিখা।
Write about family as a process of socialization.
Answer:
১০। সামাজিক নিয়ন্ত্রণ পুথিখনৰ ৰচক কোন আছিল?
Who was the writer of the book “Social Control”?
Answer:
১১। আমেৰিকাৰ প্রথম সমাজবিজ্ঞানীজনৰ নাম লিখা।
Write the name of the first sociologist of America.
Answer:
১২। এল. টি. হবহাউচে লিখা পুথিখনৰ নাম লিখা।
Write the name of the book written by L. T. Hobhouse.
Answer:
১৩। কিমান চনত ই. এ. ৰছে “সামাজিক নিয়ন্ত্রণ” নামৰ পুথিখন প্রকাশ কৰে?
In which year E. A. Ross published his book “Social Control”?
Answer:
১৪। কু’লেই লিখা পুথিখনৰ নাম লিখা।
Write the name of the book written by Cooley.
Answer:
১৫। সামাজিক প্রগতি কি?
What is social progress?
Answer:
১৬। সামাজিক প্রগতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
Write two characteristics of social progress.
Answer:
১৭। সামাজিক প্রগতি হিচাপে শিক্ষাৰ ভূমিকা ব্যাখ্যা কৰা।
Explain the role of education as a social progress.
Answer:
১৮। সামাজিক নিয়ন্ত্রণ কি?
What is social control?
Answer:
১৯। সামাজিক নিয়ন্ত্ৰণৰ দুটা পদ্ধতি লিখা।
Write two methods of social control.
Answer:
২0। সামাজিক নিয়ন্ত্ৰণৰ দুটা মাধ্যমৰ নাম লিখা।
Write two agencies of social control.
Answer:
২১। “শিক্ষা হৈছে এক সামাজিক নিয়ন্ত্ৰণৰ আহিলা” —আলােচনা কৰা।
“Education is a instrument of social change” -Discuss.
Answer:
Type Himanku Bora