মূল্যায়ণত নতুন ধাৰা (New Trends in Evaluation) প্ৰশ্নাৱলী
1 . মানদণ্ড প্রাসংগিক অভীক্ষা কাক বােলে ?
What is norm referenced test ?
উত্তৰঃ
2. নির্ণায়ক প্ৰাসংগিক অভীক্ষাৰ সংজ্ঞা দিয়া ।
Define criterion referenced test ?
উত্তৰ ঃ
3 . অভীক্ষাৰ ফলাফল লিপিৱদ্ধ কৰণ মানে কি ?
What is reporting test results ?
উত্তৰঃ
4 . অভীক্ষাৰ ফলাফল লিপিৱদ্ধকৰণৰ এবিধ সঁজুলিৰ নাম লিখা ।
Write name of one tool for reporting test results .
উত্তৰঃ
5. কিউমুলেটিভ ৰেকৰ্ড কার্ড কি ?
What is cumulative record card ?
উত্তৰঃ
6. গ্রেডিংৰ ব্যুৎপত্তিগত অর্থ লিখা ।
Write the etymological meaning of the term ‘ Grading ‘ .
উত্তৰঃ
7 . গড় গ্রেডমান কি ?
What is grade point average ?
উত্তৰঃ
8. GPA ৰ সম্পূর্ণ গঢ়টো লিখা ।
Wrtie the full form of GPA .
উত্তৰঃ
9. অবিৰত মূল্যায়ন কি ?
What is continuous evaluation ?
উত্তৰঃ
10. বিকাশশীল মূল্যায়ন কি ?
What is formative evaluation ?
উত্তৰঃ
11. সামৰণি মূল্যায়ন কি ?
What is summative evaluation ?
উত্তৰঃ
12 . মানদণ্ড প্রাসংগিক অভীক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা ।
Write five characteristics of norm – referenced test .
উত্তৰঃ
13 .মানদণ্ড প্রাসংগিক অভীক্ষাৰ সুবিধা – অসুবিধাবােৰ আলােচনা কৰা ।
Discuss about the merits and demerits of norm – referenced test .
উত্তৰঃ
14. নির্ণায়ক প্ৰাসংগিক অভীক্ষাৰ তিনিটা বৈশিষ্ট্য লিখা ।
Write three characteristics of criterion referenced test .
উত্তৰঃ
15. নির্ণায়ক প্ৰাসংগিক অভীক্ষা তিনিটা সুবিধা আৰু অসুবিধাবােৰ কি কি ?
What are the merits and demerits of criterion referenced test ?
উত্তৰঃ
16 . মানদণ্ড প্রাসংগিক আৰু নিৰ্ণায়ক প্ৰাসংগিক অভীক্ষাৰ মাজত এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা
Giva a comparative analysis between norm – referenced and criterion referenced test
উত্তৰঃ
17. কিউমুলেটিভ ৰেকৰ্ড কাৰ্ডৰ সূচী বর্ণনা কৰা ।
Describe the contents of cumulative record card .
উত্তৰঃ
18. কিউমুলেটিভ ৰেকৰ্ড কার্ড প্রধান বৈশিষ্ট্যবােৰ কি কি ?
What are the main characteristics of cumulative record card ?
উত্তৰঃ
19 . কিউমুলেটিভ ৰেকৰ্ড কাৰ্ডৰ সুবিধা আৰু অসুবিধাবােৰ বৰ্ণনা কৰা । . Explain the merits and demerits of cumulative record card .
উত্তৰঃ
20 . পৰম্পৰাগত নম্বৰ ব্যৱস্থাৰ আসোঁৱাহবােৰ কি কি ? What are the defeacts of traditional marking system ?
উত্তৰঃ
21. গ্রেডিংৰ বিভিন্ন ভিত্তিবােৰ কি কি ? আলােচনা কৰা ।
What are the different bases of grading ? Discuss .
উত্তৰঃ
22 . অবিৰত মূল্যায়নৰ সুবিধা আৰু অসুবিধাবােৰ আলােচনা কৰা ।
Discuss about the merits and demerits of continuous evaluation .
উত্তৰঃ
23 . বিকাশশীল মূল্যায়নৰ বৈশিষ্ট্যবােৰ কি কি ?
What are the characteristics of formative evaluation ?
উত্তৰঃ
24 . বিকাশশীল মূল্যায়নৰ সুবিধা আৰু অসুবিধাবােৰ কি কি ?
What are the merits and demerits of formative evaluation ?
উত্তৰঃ
25. সামৰণি মূল্যায়নৰ বৈশিষ্ট্যবােৰ কি কি ?
What are the characteristics of summative evaluation?
উত্তৰঃ
26. সামৰণি মূল্যায়নৰ সুবিধা আৰু অসুবিধাবােৰ বৰ্ণনা কৰা ।
Describe the merits and demerits of summative evaluation.
উত্তৰঃ
27. বিকাশশীল মূল্যায়ন আৰু সামৰণি মূল্যায়নৰ মাজৰ পার্থক্য আলােচনা কৰা ।
Discuss the differences between formative and summative evaluation .
উত্তৰঃ
28. চমুকৈ লিখা
Write briefly
( ক ) নির্ণায়ক প্ৰাসংগিক অভীক্ষা
Criterion – referenced test .
( খ ) মানদণ্ড প্রাসংগিক অভীক্ষা
Norm – referenced test
( গ ) গ্রেডিং
Grading
( ঘ ) সম্বন্ধসূচক গ্রেডিং
Relative Grading
পৰম গ্রেডিং
Absolute Grading
অবিৰত মূল্যায়ন
Continuous evaluation
( জ ) বিকাশশীল আৰু সামৰণি মূল্যায়ন
Formative and Summative evaluation .
Type: Ankur Raj Deka