মিশ্ৰ অৰ্থনীতি কি?

উত্তৰঃ এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে। উৎপাদনৰ উপাদানসমূহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে। পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন।