মানৱ উন্নয়নে কি বুজায়?

উত্তৰঃ মানৱ উন্নয়ন মানে হ’ল অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক পছন্দসমূহৰ বিস্তাৰ সাধন হােৱা ।