মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?

উত্তৰঃমণিপুৰী নৃত্য চৈতন্য মহাপ্রভুৰ শৈশৱ , কৃষ্ণলীলা আদিক মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ।