ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগ?

উত্তৰঃ পৃথিৱীৰ ভূপৃষ্ঠৰ কেৱল প্ৰায় ২৯ শতাংশ, অৰ্থাৎ ১৪৯ নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী ৭১ শতাংশ, অৰ্থাৎ ৩৬১ নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে।