ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি?

উত্তৰঃ (১) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল বা প্ৰধান উদ্দেশ্য হ’ল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ্ প্ৰতিষ্ঠা কৰা আৰু ভাৰতত খাদ্য শস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা। (২) এই পৰিকল্পনাৰ আন এক উদ্দেশ্য হ’ল কৃষি খণ্ডৰ বিকাশ সাধন কৰা