ভাৰতে বিশ্বক কি দিছিল? What India gave to world?

Answer: ভাৰতে সংখ্যা প্ৰণালী উদ্ভাৱন কৰিছিল। জিৰো আৰ্যভট্টৰ দ্বাৰা উদ্ভাৱন কৰা হৈছিল। বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় খন ৭০০ খ্ৰীষ্টপূৰ্বত তক্ষশিলাত স্থাপিত হৈছিল। সমগ্ৰ বিশ্বৰ 10,500 ৰো অধিক শিক্ষাৰ্থীয়ে 60 টাতকৈও অধিক বিষয় অধ্যয়ন কৰিছিল।

India invented the Number System. Zero was invented by Aryabhatta. The World’s first university was established in Takshila in 700BC. More than 10,500 students from all over the world studied more than 60 subjects.