ভাৰতবৰ্ষত শিক্ষাৰ লগত জড়িত সামাজিক সমস্যাসমূহ (Social Problems relating to Education in India) | Chapter 8 | B.A 2nd Sem Education Question and Answer Assamese Medium | TDC 2nd Semester Education Major Book | B.A 2nd Semester Education Major Course Answer | B.A 2nd Semester Education Major Model | B.A 2nd Sem Education Major Suggestion Question and Answer Notes Solution Assamese Medium | ভাৰতবৰ্ষত শিক্ষাৰ লগত জড়িত সামাজিক সমস্যাসমূহ পাঠটোৰ প্ৰশ্ন উত্তৰ

প্ৰশ্নাৱলী
১। শিক্ষাত ভাৰসাম্যহীনতা মানে কি?
What is imbalance in education?
২। শিক্ষাৰ ভাৰসাম্যহীনতাৰ এটা কাৰণ উল্লেখ কৰা।
Mention one causes of imbalance in education. 
৩। লিংগ বৈষম্য মানে কি? 
What is Gender disparity? 
ৰাজহুৱা শিক্ষানুষ্ঠানৰ ব্যৱস্থা মানে কি? 
What is common school system? 
৫। পিচপৰা শ্ৰেণীৰ শিক্ষাৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত? 
What measures will be taken for educating disadvantaged group?
৬। সামাজিক শিক্ষা কি? 
What is social education? 
৭। অপৰাধ প্ৰৱণতা কি? 
What is delinquency? 
৮। অপৰাধ প্ৰৱণতাৰ কাৰণবােৰ কি কি? 
What are the causes of delinquency? 
৯ । সামাজিক শিক্ষাৰ দুটা সমস্যা উল্লেখ কৰা। 
Mention two problems of social education. 
১০। মাদক দ্ৰৱ্যৰ অপব্যৱহাৰৰ এটা কাৰণ উল্লেখ কৰা? 
Mention one cause of drug abuse
১১। মাদক দ্ৰৱ্যৰ অপব্যহাৰৰ নিয়ন্ত্ৰণৰ দুটা ব্যৱস্থা উল্লেখ কৰা। 
Mention two steps to be taken for controlling drug abuse. 
১২। অপৰাধ প্ৰৱণতা প্রতিৰােধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। 
Mention two measures taken by family or home to provent delinquency. 
১৩। অপৰাধ প্ৰৱণতা প্রতিৰােধৰ ক্ষেত্ৰত বিদ্যালয়ে গ্রহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা।
Mention two measures taken by school to prevent delinquency. 
১৪। শৈক্ষিক সা-সুবিধাৰ সমতা মানে কি? ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই ক্ষেত্ৰত কেনেকুৱা মতামত দিছে বর্ণনা কৰা। 
What is equality of educational opportunity? Discuss about the opinons of National policy of Education 1986 regarding this. 
১৫। MDG ৰ সম্পূর্ণ গঢ়টো কি? 
What is the full form of MDG? 
১৬। শিক্ষাৰ লগত জড়িত সহস্রাব্দৰ বিকাশৰ লক্ষ্য দুটা কি কি? 
What are the aims of Millennium Development in regard to education. 
১৭। শৈক্ষিক সা-সুবিধাৰ সমতা আনিবৰ বাবে গ্ৰহণ কৰিব লগা যিকোনাে ছয়টা ব্যৱস্থা উল্লেখ কৰা? 
Mention any six steps to be taken to provide euqality of educational opportunity. 
১৮। শিশুশ্রমিক কি? ইয়াৰ প্ৰধান কাৰণবােৰ কি কি? 
What is child labour? What are the main causes of it? 
১৯। শিক্ষাত ভাৰসাম্যহীনতাৰ কাৰণবােৰ কি কি? 
What are the causes for imbalance in education? 
২০। চমুটোকা লিখা (Write short Notes on) 
(ক) MDG আৰু ভাৰতবর্ষ 
MDG and India 
(খ) শিশু শ্ৰমিকৰ প্ৰকাৰ। 
Categories of Child labour. 
২১। সামাজিক শিক্ষাৰ পাঁচটা সমস্যা আলােচনা কৰা। 
Discuss five problems of social education. 
২২। সামাজিক শিক্ষাৰ সমস্যাবােৰ সমাধানৰ পৰামৰ্শ আলােচনা কৰা। 
Discuss about the solutions to solve the problems of social education. 
২৩। অপৰাধ প্রৱণতাৰ কাৰণবােৰ বৰ্ণনা কৰা। 
Explain the causes of delinquency. 
২৪। অপৰাধ প্ৰৱণতাৰ সমস্যাবােৰৰ সমাধানৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত? 
What steps will be taken to solve the problem of delinquency.
Type Himanku Bora