ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা?

উত্তৰঃব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনৈ হ’ল সােৱণশিৰি আৰু জীয়াভৰলী ।