বেংক কেই প্ৰকাৰৰ কি কি?

উত্তৰঃ বেংক কেইবা প্ৰকাৰৰ আছে। তাৰে বইতৰত আমি জানিবলগীয়ৈ বেংককেইটা হ’ল – (১) কেন্দ্ৰীয় বেংক (২) বাণিত্যিক বেংক (৩) আঞ্চলিক গ্ৰাম্য বেংক, (৪) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক (৫) ভাৰতীয় ক্ষুদ্ৰ উদ্ৰ্যোগ বিকাশ বেংক আৰু (৬) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)।