“বৃদ্ধ ন্যুব্জ দেহ।” – ‘ন্যুব্জ’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘ন্যুব্জ’ শব্দৰ অৰ্থ হ’ল কুঁজা।