বিযোজন বিক্ৰিয়া কি ?

যিবোৰ ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থই একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ বিখণ্ডিত হৈ যায়, তেনে বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বোলে।