বিত্তীয় প্ৰশাসন [Financial Administration] Unit 2 Question and Answer | B.A 4th Semester Political Science Solution | B.A 4th Semester Political Science Suggestion | B.A 4th Semester Political Science Question and Answer Assamese Medium | B.A 4th Semester Political Science Free Notes | বিত্তীয় প্ৰশাসন [Financial Administration] পাঠটো প্ৰশ্ন আৰু উত্তৰ |

বিত্তীয় প্ৰশাসন 

[Financial Administration]

প্ৰশ্নাৱলী

 A. Objective type Questions : 

1. Accounts have been separated from audit at the union level in India since- ( ভাৰতত কেন্দ্রীয় পর্যায়ত হিচাপৰক্ষক হিচাপ পৰীক্ষাৰ পৰা নিলগ কৰা হৈছে– ) [GU. 2018 (M)]

( i ) 1970     ( ii ) 1971     ( iii ) 1976 

2.Which of the following is not involved in the preparation of the budget? (বাজেট প্রস্তুতকৰণত তলত উল্লেখ কৰা কোনটো জড়িত নহয় ? ) [ GU . 2017 (M)] 

উত্তৰঃ

(i) Finance Ministry (বিত্ত মন্ত্রালয়)    (ii) NITIAayog (নীতি আয়ােগ)     (iii) Finance Commission (বিত্ত আয়ােগ)

3. The management of finance is one of the first and inescapable responsibility of administrators. “This was said by — White / Willoughby / Wilson . (“প্ৰশাসনৰ প্ৰথম আৰু এৰাব নােৱাৰা দায়িত্ব হৈছিল বিত্ত বিষয়ৰ তত্ত্বাৱধান লােৱা”] এই কথাষাৰ কৈছে — হােৱাইটে / উইলােবিয়ে / উইলচনে।) 

উত্তৰঃ

4. “A Budget is a statement of the estimated receipts and expenses during a fixed period . This was said by Beaulieu / Stourm / Willoughby . (“ কোনাে নির্দিষ্ট সময়ৰ কাৰণে কৰা আনুমানিক আয় আৰু ব্যয়ৰ হিচাপেই হৈছে বাজেট ।’ —এই কথাষাৰ কৈছে — বিউলিউয়ে / ষ্টোৰামে / উইলােবিয়ে । ) 

উত্তৰঃ

5. ” Budget is a document containing a preliminary approved plan of public revenues and expenditure . “This was said by — Stourm/ Wilson / White. (“চৰকাৰী ধন আদায় কৰা আৰু খৰচ কৰাৰ প্ৰাথমিক অনুমােদিত আঁচনিয়ে হৈছে বাজেট এই কথাষাৰ কৈছে — ষ্টোৰামে / উইলচনে / হােৱাইটে । ) 

উত্তৰঃ

6. The Indian Parliament exercises final control on public finance through the- (ভাৰতবৰ্ষৰ সংসদে ৰাজহ্বা বিত্ত ব্যবস্থা চুড়ান্তভাৱে নিয়ন্ত্রণ কৰে ) [GU. 2017(M)]

(i) Estimates Committee (আনুমানিক ব্যয় সমিতি ) (ii) Public Accounts Committee (ৰাজহুৱা হিচাপ পৰীক্ষা সমিতি। (iii) Enactment of Budget ( বাজেট গ্রহণ পদ্ধতিৰ জৰিয়তে )  

উত্তৰঃ

7. “Budget is a financial statement prepared by the govt . for a fixed period. ” This was said by – Taylor/ White/ Jege. “নির্দিষ্ট সময়ৰ কাৰণে চৰকাৰে প্ৰস্তুত কৰা বিত্তীয় আচনিয়ে হৈছে বাজেট”। এই উক্তিটো হৈছে — টেইলৰৰ / হােবাইট / জেজিৰ। 

উত্তৰঃ

8. “The budget is something much more than a mere estimate revenues and expenditure . ” This was the statement of – Willoughby / White/Taylor. “বাজেটে নির্দিষ্ট বছৰৰ আনুমানিক আয় আৰু ব্যয়তকৈ বহুত বেছি বুজায়।” এই উক্তিটো হৈছে— উইলােবিৰ হােৱাইট/টেইলৰৰ। 

উত্তৰঃ

9. The word Budget was first used in England / America / France , IGU . 2014 ( Gen. ) ] বাজেট শব্দটো প্রথমে ব্যৱহাৰ হৈছিল ইংলেণ্ডত / আমেৰিকাত / ফ্রান্সত । 

উত্তৰঃ

10. “The function of the Comptroller and Auditor General is an inperitance from the colonial rule. “This was said by- Gorwala / Appleby / Gopalaswami. “ নিয়ন্ত্রণ আৰু মহাগণনা পৰীক্ষাৰ কামক উপনিবেশিক শাসনৰ পৰা লােৱা । ” [D.U. 2004 ( Major ) ] 

উত্তৰঃ

11. The word Budget was first used in England / America / France .     [ D.U. 2005 ] 

বাজেট শব্দটো প্রথমে ব্যৱহাৰ কৰা হৈছিল — ইংলেণ্ডত/ আমেৰিকাত / ফ্রান্সত। 

উত্তৰঃ

12. The Railway Budget was separated from the General Budget in the year – 1921 / 1931 / 1951 . [D.U. 2005] সাধাৰণ বাজেটৰ পৰা ৰেল বাজেটক পৃথক কৰা হৈছে —১৯২১ / ১৯৩১ / ১৯৫১ চনত । 

উত্তৰঃ

13. In India Public Estimate Committee was created in 1950/1951/1953  . 

ভাৰতত Public Estimate Committee গঠন কৰা হৈছে —১৯৫০ / ১৯৫১ / ১৯৫৩ চনত । 

উত্তৰঃ

14. The Union Parliament has / has not the authority to bring amendments on Appropriation Bill ? [ D.U. 2006 ) 

ভাৰতৰ কেন্দ্রীয় সংসদৰ বিনিয়ােজন বিধেয়ক সংশােধন কৰাৰ কর্তৃত্ব আছে নে নাই ? 

উত্তৰঃ

15. Though the Budget is formally presented by the Finance Minister , it requires to be recommended by the Speaker / Cabinet / President .     [D.U. 2006 ( Major ) ] 

বাজেট আনুষ্ঠানিকভাৱে বিওমন্ত্ৰীয়ে দাখিল কৰে যদিও ইয়াক অনুমােদন কৰিব লাগে — অধ্যক্ষই / মন্ত্রীসভাই / ৰাষ্ট্রপতিয়ে । 

উত্তৰঃ

16. “The management of finance is one of the first and inescapable responsibility of administrators . ” This was said by White / Willoughby / Wilson GU . 2014 ( Gen. ) ] 

“প্রশাসন প্রথম আৰু এৰাব নােৱাৰা দায়িত্ব হৈছেবিত্ত বিষয়ৰ তত্ত্বাৱধান লােৱা ।” এই কথাষাৰ কৈছে হােৱাইটে / উইল বিএ / উইলচনে । 

উত্তৰঃ

17. In India Public Accounts Committee was first formed in 1921/1922/1923.

ভাৰতত চৰকাৰী হিচাপ কমিটি প্রথমতে গঠন কৰা হৈছিল —১৯২১ / ১৯২২ / ১৯২৩ চনত । 

উত্তৰঃ

18. In India Accounting and Auditing is separated in the year 1975/1976/1977 . ভাৰতত হিচাপ ৰখ আৰু হিচাপ পৰীক্ষা কৰা কামক বেলেগ কৰা হৈছে —১৯৭৫ / ১৯৭৬ / ১৯৭৭ চনত । 

উত্তৰঃ

19. Which one of the following authorities does not take active part in the preparation of Budget in India ? -Finance Department / Planning Commission / Public Estimate Committee . (ভাৰতৰ বাজেট প্রস্তুতিৰ বিষয়ত তলত দিয়া কোনটো কর্তৃপক্ষই সক্রিয় অংশ গ্রহণ নকৰে ? —বিত্তমন্ত্রীয়ে / পৰিকল্পনা আয়ােগে / পাবলিক এষ্টিমেট কমিটিয়ে । ) [ D.U. 2006 ] 

উত্তৰঃ

B. Short Answer type Questions :  

1. Under which Article of the Indian Constitution the President of India causes the Annual Financial Statement to belaid before the louses of Parliament ? ( ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বছৰেকীয়া বিত্তীয় বিবৃতি সংসদত দাখিল কৰাৰ ব্যৱস্থা কৰে ? ) [ GU . 2018 ( M)] 

উত্তৰঃ

2. In which year was the term budget used for the first time ? ( কোন চনত বাজেট ’ শব্দটো পােনপ্ৰথমে ব্যৱহাৰ কৰা হৈছিল ? ) IGU . 2016 ( Gen.)] 

উত্তৰঃ

3. Should the Comptroller and Auditor General of India be relieved of his accounting function ? ভাৰতৰ নিয়ন্ত্রক আৰু মহাগণনা পৰীক্ষকক হিচাপ ৰক্ষাৰ কামৰ পৰা অব্যাহতি দিয়া উচিত নে ? [ D.U. 2009 Major ) IGU , 2014 ( Gen.)] 

উত্তৰঃ

4. Who , in India , is the Head of the Department of Audit and Accounts ? ভাৰতত হিচাপ পৰীক্ষা আৰু হিচাপ ৰক্ষণ বিভাগৰ মুৰবী কোন ?

5. Who appoints the Comptroller and Auditor – General of India ? ( ভাৰতৰ মহানিয়ন্ত্রক আৰু হিচাপ পৰীক্ষকক কোনে নিযুক্তি দিয়ে ? ) [ GU . 2018 ( M )] 

উত্তৰঃ

6. Identify the principles of Budgeting . (বাজেট ৰচনাৰ নীতিবােৰ চিনাক্ত কৰা।) [GU, 2018 (M), D.U. 2004,2005 (M)] 

উত্তৰঃ

7. Write any two features of performance budgeting . ( কার্যসম্পাদনমূলক বাজেটৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা । ) [ GU . 2018 ( M ) ] 

উত্তৰঃ

8. Discuss the powers and functions of the Public Accounts Committee . [ D.U. 2005 ( Major ) ] চৰকাৰী হিচাপ কমিটিৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা । 

উত্তৰঃ

9. ” Budget is a financial plan of the government for a definite period . ” Whose definition is this ? “ বাজেট হৈছে নির্দিষ্ট সময়ৰ কাৰণে চৰকাৰে প্ৰস্তুত কৰা বিত্তীয় আঁচনি । ” এই সংজ্ঞাটো কাৰ ? [ GU . 2014 ( Gen. ) ] 

উত্তৰঃ

10. Mention four functions of the Public Estimate Committee . [D.U. 2006 ( Major )] পাবলিক এষ্টিমেট কমিটিৰ চাৰিটা কার্য উল্লেখ কৰা । 

উত্তৰঃ

11. Distinguish between single budget and plural budget . প্রভেদ নির্ণয় কৰা — এককবাজেট আৰুবহুল বাজেট । [ GU.2014 ( Gen. ) ] 

উত্তৰঃ

12. Distinguish between Balanced and Surplus Budget . [ D.U. 2006 ) সন্তুলিত বাজেট আৰু ৰাহি বাজেটৰ প্রভেদ নির্ণয় কৰা । 

উত্তৰঃ

13. Distinguish between single budget and plural budget . ( একক বাজেট আৰু বহু বাজেটৰ মাজৰ পার্থক্য দেখুওৱা । ) [ GU . 2018 ( M ) ] 

উত্তৰঃ

14. Distinguish Between ( প্রভেদ নির্ণয় কৰা ): 

( a ) Single Budget and Plural Budget ( একক বাজেট আৰু বহুল বাজেট ). 

( b ) Cash Budget and Revenue Budget . ( নগদভিত্তিক বাজেট আৰু ৰাজহ বাজেট ) 

( c ) Auditing and Accounting ( হিচাপ ৰক্ষণ আৰু হিচাপ পৰীক্ষা ) [ GU . 2014 ( Gen. ) ] 

( d ) Yearly Budget and Long – term Budget . ( বার্ষিক বাজেট আৰু দীর্ঘম্যাদী বাজেট ) [ GU . 2014 ( Gen. ) ] 

( e ) Mention the contribution of E. W. Riggs on development administration. 

( বিকাশ প্রশাসনৰ ওপৰত F.W. Riggs- ৰ অৱদান উল্লেখ কৰা । ) [ GU . 2016 ( Gen . ) ] 

15. Mention the three provisions by which the Constitution safeguards the interest and rights of the taxpayers . ( সংবিধানে কৰাতাসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষা দিয়া provisions তিনিটা উল্লেখ কৰা । ) [ GU . 2018 ( M ) ] 

উত্তৰঃ

16. Write about the composition of the Estimate Committee. ( af & cut afat share fanc festi ) 

উত্তৰঃ

17. Mention four functions of the Estimate Committee . ( এষ্টিমেন্ট কমিটিৰ চাৰিটা কার্য উল্লেখ কৰা । ) [ D.U. 2006 ( M. ) ] 

উত্তৰঃ

18. Evaluate the role of the Estimate Committee . ( এষ্টিমেট কমিটিৰ ভূমিকাৰ মূল্যায়ন কৰা। ) 

উত্তৰঃ

19 . Write about the Public Accounts Committee . ( চৰকাৰী হিচাপ কমিটিৰ গঠনৰ বিষয়ে লিখা । ) 

উত্তৰঃ

20. Mention Powers and Functions of the Public Accounts Committee . [D.U. 2004, 2008 (Major) চৰকাৰী হিচাপ কমিটিৰ ক্ষমতা আৰু কার্যাৱলী উল্লেখ কৰা। 

উত্তৰঃ

21. Examine the role of the Public Accounts Committee. (চৰকাৰী হিচাপ কমিটিৰ ভূমিকাৰ বিচাৰ কৰা।) 

উত্তৰঃ
22. Describe the Composition of the Committee of Public Undertakings . চৰকাৰী প্রতিষ্ঠান সম্পর্কীয় কমিটি গঠনপদ্ধতি বর্ণনা কৰা । 

উত্তৰঃ

23 . Evaluate the role of the Committee on Public Undertakings. (চৰকাৰী প্রতিষ্ঠান সম্পর্কীয় কমিটিৰ ভূমিকাৰ মূল্যায়ন কৰা।) 

উত্তৰঃ

24. Write the main objectives of Audit. (হিচাপ পৰীক্ষাৰ প্রধান উদ্দেশ্যবােৰ লিখা।) 

উত্তৰঃ

25. Distinguish between Auditing and Accounting . (হিচাপ ৰখা আৰু হিচাপ পৰীক্ষাৰ মাজৰ প্ৰভেদ নির্ণয় কৰা।) 

উত্তৰঃ

26. Mention four argument in support of separation of Audit and Accounts . হিচাপ পৰীক্ষা আৰু হিচাপ ৰক্ষা কৰাৰ পৃথকীকৰণৰ সপক্ষে চাৰিটা যুক্তি উল্লেখ কৰা। 

উত্তৰঃ

27. Write four arguments against the separation of Accounts and Audit. হিচাব ৰখা আৰু হিচাব পৰীক্ষা কৰাৰ পৃথকীকৰণৰ বিৰুদ্ধে চাৰিটা যুক্তি লিখা। 

উত্তৰঃ

28. Write a note on executive control over administration . প্রশাসনৰ ওপৰত কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ ওপৰত এটি টোকা লিখা। [GU. 2016 (Gen.)

উত্তৰঃ

 c . Essay type Questions : 

1. Discuss the importance of Financial Administration, (বিত্তীয় প্রশাসনৰ গুৰুত্ব আলােচনা কৰা।) 

উত্তৰঃ

2. What is meant by Financial Administration? Discuss its objectives. বিত্তীয় প্রশাসন বুলিলে কি বুজায়? ইয়াৰ উদ্দেশ্যসমূহ আলােচনা কৰা। 

উত্তৰঃ

3. Discuss the part played by Legislature , Executive , Finance Ministry , Audit and Parliamentary Committees on Financial Administration . ( বিধানমণ্ডল , কাৰ্যপালিকা , বিত্তমন্ত্রণালয় , হিচাপ পৰীক্ষা বিভাগ আৰু সংসদীয় সমিতিবিলাকে বিত্তীয় প্রশাসনত কি ভূমিকা গ্রহণ কৰে ? ) 

উত্তৰঃ

4. Explain budgetary process of India . ( ভাৰতৰ বাজেটীয় প্রক্রিয়া বর্ণনা কৰা।) [GU. 2016 (Gen.)] 

উত্তৰঃ

5. What is budget ? Discuss the principles of budgeting, বাজেট কি ? বাজেট প্রণয়ন পদ্ধতিৰ নীতিসমূহ আলােচনা কৰা । [GU. 2014 (Gen.)] 

উত্তৰঃ

6. What is budget ? What are the principles generally followed in the budgeting process ? ( TTC977 f ? 13 পদ্ধতিত সাধাৰণতে গ্ৰহণ কৰা নীতিসমূহ কি কি?) [GU. 2017 (M)] 

উত্তৰঃ

7. Define Budget and discuss about its various types. (বাজেটৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ সম্পর্কে আলােচনা কৰা।) 

উত্তৰঃ

8. What is Budget ? Discuss the basic principles of Budget . ( বাজেট কাক বােলে ? বাজেটৰ মূল নীতিসমূহ আলােচনা কৰা । ) [ GU . 2005 : GU . 2006 , D. U. 1997 ( Major ) ; GU . 2006 ( Major ) , 2009 ( Gen. )

উত্তৰঃ

 9. How is Budget passed in the Indian Parliament ? Discuss its various stages . [ D. U. 1994 ) ভাৰতীয় সংসদত কেনেকৈ বাজেট গ্রহণ কৰা হয় ? ইয়াৰ বিভিন্ন পর্যায়সমূহ আলােচনা কৰা। 

উত্তৰঃ

10. Discuss the procedure for the enactment of budget in the Parliament of India . (ভাৰতৰ সংসদত বাজেট প্রণয়ন কৰা পদ্ধতিটো আলােচনা কৰা।) [ GU. 2018 (M)] 

উত্তৰঃ

11. Explain the procedure of Parliamentary scrutiny and approval the budget . [G U. 1997 (Major) বাজেট গ্রহণ সম্পর্কে সংসদৰ পদ্ধতি আৰু পুনৰ বিচাৰৰ বিষয়ে ব্যাখ্যা দিয়া। 

উত্তৰঃ

12. Reflect on the budgetary process in the Indian Parliament . ভাৰতীয় সংসদৰ বাজেটীয় পদ্ধতিৰ ওপৰত মতামত দিয়া। [G U. 2009 (Gen.)] 

উত্তৰঃ

13. Define Bduget and discuss the Socio – Economic importance of Budget . ( বাজেটৰ সংজ্ঞা দিয়া আৰু ইয়াৰ আর্থ সামাজিক গুৰুত্ব আলােচনা কৰা।) [D.U. 1995 (General): GU. 2006 (Major)] 

উত্তৰঃ

14. Discuss the principles of Government budgeting. [G.U. 1997 (General); D.U.1996 (Major), ’97(General)] চৰকাৰী বাজেট প্ৰণয়ৰ নীতিবিলাক আলোচনা কৰা। 

উত্তৰঃ

15. How is a budget prepared? Discuss the procedure for the enactment of Budget . ( বাজেট কেনেকৈ প্ৰস্তুত কৰা হয় ? বাজেট পাছ কৰা পদ্ধতি আলােচনা কৰা । ) [ D.U.96 ( Gen. ) : D.U. ’96 ( M ) , ’95 ( M ) , GU . 2000 , 2018 ( M ) ] 

উত্তৰঃ

16. What is performance budgeting ? What are the merits and difficulties of performance budgeting ? ( কার্যসম্পাদনমূলক বাজেট কি ? কার্যসম্পাদনমূলক বাজেটৰ গুণ আৰু অসুবিধাবােৰ কি , লিখা । ) [ GU . 2018 ( M ) ] 

উত্তৰঃ

17. Discuss the nature and effectiveness of Parliamentary Control over the budget with regard to its enactment and implementation . [ G U. ” 94 , 96 ] বাজেট গ্রহণ আৰু কাৰ্যকৰী কৰাৰ বিষয়ত সংসদীয় নিয়ন্ত্ৰণৰ প্ৰকৃতি আৰু কার্যকাৰিতা আলােচনা কৰা । 

উত্তৰঃ

18. Discuss the basic principles of Budget making procedure . [ D.U. 2009 (Gen.] বাজেট প্রস্তুত কৰা ক্ষেত্ৰত অৱলম্বন কৰিবলগা নীতিসমূহ আলােচনা কৰা । 

উত্তৰঃ

19. Discuss the composition and functions of Estimate Committee . আনুমানিক ব্যয় সমিতিৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা। . [ D.U. 1997 ( Major ) : GU . 2005 ] 

উত্তৰঃ

20. Discuss the composition and functions of Public Accounts Committee . চৰকাৰী হিচাপ সমিতিৰ গঠন আৰু কার্যাবলী আলোচনা কৰা । . 21. Discuss the composition and functions of the Committee on Public Undertakings . চৰকাৰী উদ্যোগ সম্পৰ্কীয় সমিতিৰ গঠন আৰু কার্যাবলী আলােচনা কৰা ।

উত্তৰঃ

22. Explain the salient features of Union – State financial relations . ( কেন্দ্ৰ ৰাজ্য বিত্তীয় সম্পর্ক বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা । ) 

উত্তৰঃ

23. Write a note on Union – State financial relations . What role does the Finance Commission of India play in this [ G. U. 1997 ( Major ) ] sphere ? কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিত্তীয় সম্পর্কৰ বিষয়ত এটা টোকা লিখা । এই বিষয়ত বিত্তই অনায়াসে কেনে ভূমিকা গ্রহণ কৰে ? 

উত্তৰঃ

24. Distinguish between accounting and audit . ( হিচাপ ৰখা আৰু হিচাপ পৰীক্ষা কৰাৰ মাজৰ পার্থক্য নির্ণয় কৰা । ) 

উত্তৰঃ

25. What is audit ? Discuss the powers and functions of the Comptroller and Auditor General of India . ( fetat green বুলিলে কি বুজা ? ভাৰতবৰ্ষৰ মহানিয়ন্ত্রক আৰু প্রধান হিচাপ পৰীক্ষকৰ ক্ষমতা আৰু কাৰ্যাৱলী আলােচনা কৰা ) [ GU . 2017 ( M ) ] 

উত্তৰঃ

26. Discuss the role of the Comptroller and Auditor General in the financial administration of India . ( বিত্তীয় প্রশাসনত ভাৰতবৰ্ষৰ মহানিয়ন্ত্রক আৰু প্রধান হিচাপ পৰীক্ষকৰ ভূমিকা আলােচনা কৰা । ) D.U. 1996 ( Gen. ) , 2009 ( M ) ] [ D.U. 1997 ( Major ) ] 

উত্তৰঃ

27. Do you think that audit should be separated from accounts ? Give reasons . হিচাপ পৰীক্ষা কৰা কাৰ্য হিচাপ ৰক্ষা কৰা কাৰ্যৰ পৰা বেলেগ কৰা উচিত বুলি ভাবানে ? যুক্তি দিয়া । [ D. U. 1995 ( M ) ] 

উত্তৰ

28. Explain the proper role of an Auditor . ( হিচাপ পৰীক্ষকৰ প্ৰকৃত ভূমিকা সম্পর্কে ব্যাখ্যা কৰা । ) 

উত্তৰঃ

29. Discuss the nature and functions of Regulatory Agency . নিয়ন্ত্রক আয়ােগৰ প্রকৃতি আৰু কার্যাৱলী আলােচনা কৰা । [ G U. 20 ( ) 9 ( Gen. ) ] 30. Define Government budgeting . Discuss the role of budgeting in Public Administration . ( 710964 el fet লােক প্রশাসনত বাজেটৰ ভূমিকা আলােচনা কৰা । ) [ G U. 2001 ( Major ) & D. U. 2008 ( Major ) ] 

উত্তৰঃ

31. Explain briefly the constitutional provisions in regard to Union – State financial relations . [ G U. 2000 ( Major ) ] কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ অর্থনৈতিক সম্পর্কৰ বিষয়ে থকা সাংবিধানিক অনুচ্ছেদৰ ব্যাখ্যা কৰা । 

উত্তৰঃ

32. Define Budget and discuss the statement that ‘ Budget is a tool of administration ‘ . [ D.U. 2008 ( Major ) ] 

উত্তৰঃ

33. ‘ Audit is the watchdog of national finance . ‘ – Discuss . [ D. U. 2008 ( Major ) ] 

উত্তৰঃ

34. Discuss the composition and functions of the Estimate Committee of the Indian Parliament . [ GU . 2008 ( Major ) & D. U. 2009 ( Major ) 

উত্তৰঃ

35. Explain the strength and weaknesses of Performance Budgeting . . [ G. U. 2008 ( Major ) ] 

উত্তৰঃ

36. Discuss the important budgeting principles giving illustrations . [ D. U. 2009 ( Major ) 

উত্তৰঃ

37. Should the Comptroller and Auditor – General of India be relieved of his accounting functions ? Give arguments in support of your answer . [ D.U. 2009 ( Major ) 

উত্তৰঃ

38. Write a note on accounting and auditing in India . ভাৰতৰ হিচাপ ৰখা আৰু হিচাপ পৰীক্ষা সম্পর্কে এটা টোকা লিখা । 

উত্তৰঃ

39. Write notes on Surplus Budget , Deficit Budget and Balanced Budget . ৰাহি বাজেট , ঘাটি বাজেট আৰু সন্তুলিত বাজেট সম্পর্কে টোকা লিখা । 

উত্তৰঃ

40. Write Short – Notes ( চমু টোকা লিখা)

( a ) Audit হিচাপ পৰীক্ষা ) [ G U. 1997 ; D. U. 1997 ] 

( b ) Finance Bill ( বিত্ত বিধেয়ক ) 

( c ) Surplus Budget ( ৰাহি বাজেট ) 

( d ) Deficit Budget ( ঘাটি বাজেট ) 

( e ) Public Accounts Committee ( চৰকাৰৰ হিচাপ কমিটি ) 

( f ) Principles of Budget ( বাজেটৰ নীতিসমূহ ) [ GU . 2008 , 2018 (M)] [ D.U. 1996 ( M ) ; 1995 ( M ) ; G U. 1995 1 

( g ) Approval of the Appropriation Bill ( বিনিয়ােজন বিধেয়ক গ্রহণ ) [ D. U. 2009 ( Gen.)]

( h ) Performance Budgeting ( কার্যসম্পাদনমূলক বাজেট । ) [ GU . 2017 ( M ) ]

Type: Ankur Raj Deka