বিচ্যুতি বা ভেদ্যতাৰ পৰিমাপণ
(Measures of Variability)
অনুশীলনী
১। বিচ্যুতিৰ পৰিমাপন কি ?
What is measures of variability ?
উত্তৰঃ
২। বিচ্যুতি পৰিমাপনৰ প্ৰকাবােৰ কি কি ?
What are the types of measures of variability ?
উত্তৰঃ
৩। বিচ্যুতিৰ ব্যৱহাৰিতা সম্পর্কে লিখা ।
Write the uses of variability .
উত্তৰঃ
৪। প্রসাৰ কি ?
What is range ?
উত্তৰঃ
৫। প্রসাৰৰ গুণ আৰু দোষসমূহ লিখা ।
Write the merits and demerits of range .
উত্তৰঃ
৬। চতুর্থক বিচ্যুতি কি ?
What is quartile deviation ?
উত্তৰঃ
৭। চতুর্থক বিচ্যুতিৰ সূত্ৰটো লিখা ।
Write the formula of Q.D.
উত্তৰঃ
৮। তলৰ ৰাশিসমূহৰ বিচ্যুতি নির্ণয় কৰা ।
Find out Q.D. of the following data :
10 , 14 , 16 , 18 , 20 , 24 , 22 , 27 , 12
৯। চতুর্থক বিচ্যুতিৰ গুণ আৰু দোষবােৰ লিখা ।
Write the merits and demerits of Q.D.
উত্তৰঃ
১০।মানক বিচ্যুতি কি ?
What is standard deviation ?
উত্তৰঃ
১১। তলৰ ৰাশিসমূহৰ প্ৰসাৰ নির্ণয় কৱা ।
Compute range of the following data :
15 , 12 , 18 , 5 , 27 , 8 , 35
১২। তলৰ ৰাশি বিতৰণৰ পৰা বিচ্যুতি আৰু মানক বিচ্যুতি নিৰ্ণয় কৰা।
শ্ৰেণী অন্তৰাল (CI ) | F |
90 | 2 |
85 | 4 |
80 | 9 |
75 | 7 |
70 | 10 |
65 | 12 |
60 | 9 |
55 | 5 |
50 | 3 |
45 | 3 |
44 | 2 |
N=66 |
১৩ । তলৰ অসমুহিত ৰাশিবোৰৰ পৰা গড় বিচ্যুতি আৰু মানক বিছ্যুতি নিৰ্ণয় কৰা-
18, 25, 21, 19, 27, 31, 22, 25, 28, 20
১৪। তলৰ ৰাশিবোৰৰ পৰা চমু পদ্ধতিৰে বা অনুমাণিক গড় পদ্ধতিৰে মানক বিচ্যুতি নিৰ্ণয় কৰা-
Scores CI | f |
195-199 | 1 |
190-194 | 2 |
185-189 | 4 |
180-184 | 5 |
175-179 | 8 |
170-174 | 10 |
165-169 | 6 |
160-164 | 4 |
155-159 | 4 |
150-154 | 2 |
145-149 | 3 |
140-144 | 1N=50 |
Type* Ankur Raj Deka