অধ্যায় ৩
বচন বিৰোধ (Opposition of Proposition)
প্ৰশ্নমালা (Exercise)
1. বচন বিৰোধ বুলিলে কি বুজা?
What do you mean by opposition of proposition?
2. বিৰোধৰ বৰ্গক্ষেত্ৰ বুলিলে কি বুজা?
What do you mean by square of opposition?
3. সাধাৰণ অৰ্থত বচনৰ বিৰোধ কেই প্ৰকাৰৰ আৰু কি কি?
In general sense how many types of opposition of propositions are there? What are they?
4. অসম বিৰোধ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
Breifly explain about sub altern opposition.
5. বিপৰীত বিৰোধ কি? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
What is contrary opposition? Explain the characteristics of contrary opposition.
6. উপবিপৰীত বিৰোধ কি? ইয়াত কোনেদৰে সিদ্ধান্ত প্ৰতিষ্ঠা কৰা হয়- আলোচনা কৰা।
What is Sub contrary opposition? Explain the process for establishment of conclusion in it.
7. বিৰুদ্ধ বিৰোধ সম্পৰ্কে এটি টোকা লিখা।
Write a note on contradictory opposition.
8. বিৰুদ্ধে বৰ্গক্ষেত্ৰত বচন সমূহৰ বিৰোধক কেনেদৰে উপস্থাপন কৰিব পাৰি, চিত্ৰৰ সহায়ত আলোচনা কৰা।
Explain with diagram about representation of oppositions to Aristotle and what are they.
10. বচন সাধাৰণ বিৰোধবৰ্গক্ষেত্ৰ আৰু এৰিষ্টটলৰ বিৰোধ বৰ্গক্ষেত্ৰৰ মাজত পাৰ্থক্য নিৰূপণ কৰা।
Distinguish between general square of opposition and Aristotalean square of opposition.
Type : Priyam Jyoti Patar