এই বিধ ছন্দ সজ্জাত একোটা স্তৱকত চৈধ্য মাত্ৰাৰ দুটাকৈ চৰণ থাকে । একোটা চৰণক ক্ৰমে ৮ + ৬ মাত্ৰৰ দুটাকৈ পৰ্ব থাকে । দুয়ো চৰণৰ শেষৰ বৰ্ণ মিলে । তাকে পয়াৰ নাইবা লেছাৰি ছন্দ বোলে ।
Question and Answer Solution