প্ৰাক্ ঔপনিৱেশিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ পৰম্পৰাসমূহ | Traditions of Pre-colonial Indian Political Thought | Chapter 1 |Gauhati University BA 5th Semester |

প্ৰথম অধ্য়ায়

প্ৰাক্ ঔপনিৱেশিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ পৰম্পৰাসমূহ

(Traditions of Pre-colonial Indian Political Thought)

প্রশ্নাৱলী

A. বস্তুনিষ্ঠ প্রশ্নঃ

1. শ্রমনিক শব্দটো তলৰ কোনটো সংস্কৃত শব্দৰ পৰা আহিছে। 

From which of the following Sanskrit word the word “Shramanic’ has come?  

(a) যোগ (Yoga)  

(b) ভক্তি (Bhakti)  

(c) শ্রম (Shram )  

(d) তন্ত্র (Tantra)  

উত্তৰঃ (c) শ্রম (Shram ) 

2.  নাথ পন্থীসকল তলৰ কোনটো পৰম্পৰাৰ শাখা ? 

The Nath Panthis are from which following traditions?  

(a) জৈনবাদ (Jainism)  

(b) বৌদ্ধবাদ (Buddhism)  

(c) হিন্দুবাদ (Hinduism)  

(d) ইছলাম (Islam)

উত্তৰঃ (c) হিন্দুবাদ (Hinduism)  

3.  সমসাময়িক ভাৰতীয় সামাজিক সাংস্কৃতিক ধাৰাত তলত দিয়া কোনটো অন্তর্ভুক্ত?  

Which of the following is the part of present socio-cultural milieu of India? 

(a) ব্ৰাহ্মণ্য পৰম্পৰা (Brahmanic Tradition)  

(b) শ্রমনিক পৰম্পৰা (Shramanic Tradition)  

(c) ইছলামিক পৰম্পৰা (Islamic Tradition) 

(d) ওপৰৰ আটাইকেইটা (All the above) 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা (All the above) 

4. ব্ৰাহ্মণ্য পৰম্পৰাত ভগৱানক চৰম সত্য বুলি মানি লোৱা হয়। 

Brahmanic tradition consider God as the ultimate truth.  

(a) শুদ্ধ (True)                                          (b) অশুদ্ধ (False)

উত্তৰঃ (a) শুদ্ধ (True) 

5. তালিকা ‘ক’ৰ সৈতে তালিকা ‘খ’ মিলোৱা    

Match List I with List II                                     List II   

List I  

1. ধর্ম (Dharma)                         (a) বস্তুগত সম্পদ(Material wealth)  

2. অর্থ (Artha)                           (b) কর্তব্য (Duty)  

3. কাম (Kama)                         (a) আত্মাৰ মুক্তি (Liberation of soul)  

4. মোক্ষ (Moksha)                    (b) আশাৰ (gratification of desire)

(a) 1-b, 2-a, 3-d, 4-c  

(b) 1-a, 2-b, 3-c, 4-d  

(c) 1-d, 2-c, 3-b, 4-a  

(d) 1-c, 2-a, 3-d, 4-b

6. প্রাচীন ভাৰতত পুৰোহিত শ্রেণী আছিল—  

The priestly class of ancient Indian society are  

(a) বৈশ্যসকল (The Vaisyas)

(b) শূদ্রসকল (The Sudras)  

(c) ব্রাহ্মণসকল (The Brahmans)  

(d) ক্ষত্রিয়সকল (The Kshatriyas)

উত্তৰঃ (c) ব্রাহ্মণসকল (The Brahmans)  

7. হিন্দুবাদৰ কোনটো পৰম্পৰা বৌদ্ধবাদত নাকচ কৰা হৈছে—  

Budhism differed from Hinduism that budhist rejected 

(a) হিন্দুৰ বহু দেৱ-দেৱী (The many Hindu Gods )  

(b) মোক্ষপ্রাপ্তি (Moksha ) 

(c) হিন্দুবাদৰ সৰলত্ব (The simplicity of Hinduism ) 

উত্তৰঃ 

8. ব্রাহ্মণিক আৰু শ্রমনিক পৰম্পৰা— 

Brahmanic and Shramanic traditions are 

(a) একে (Similar)  

(c) বেলেগ বেলেগ (Different)  

(b) কিছু সময়ত একে (Sometime like) 

(d) ওপৰৰ আটাইকেইটা (All the above) 

উত্তৰঃ (c) বেলেগ বেলেগ (Different)  

9. বৈদিক পৰম্পৰা কোনটো ধাৰাত পৰে—  

The Vedik tradition comes under – trend 

(a) ব্ৰাহ্মনিক আৰু শ্রমনিক (Brahmanical and Shramanic)  

(b) হিন্দুবাদ (Hindusim)  

(c) শ্রমনিক (Shramanic)  

(d) এটাও নহয় (None)

উত্তৰঃ   

B. অতি চমু উত্তৰৰ প্রশ্ন [Write very short Answer] 

1. ধৰ্ম শব্দটো কোনটো সংস্কৃত শব্দৰপৰা আহিছে? 

 From Which Sanskrit word the word ‘Dharma’ has come?

উত্তৰঃ  

2. দণ্ড কি?  What is Danda?

উত্তৰঃ  

3. ‘দণ্ডই হ’ল ধৰ্ম আৰু ধৰ্মই আইন’— কথাষাৰ কোনে কৈছিল?  ‘Danda is ‘Dharma’ and Dharma is the law- Who said?

উত্তৰঃ  

4. নীতিসাৰৰ ৰচক কোন?  Who is the author of Nitisar?

উত্তৰঃ  

5. State and Government in Ancient India’ গ্ৰন্থখনৰ ৰচক কোন?  Who is the author of the book ‘State and Government in Ancient India’?

উত্তৰঃ 

6. বৌদ্ধ ধর্ম মতে ‘গণ’ শব্দৰ অৰ্থ কি?  What is the meaning of ‘Gana’ according to Budhist Tradition?

উত্তৰঃ 

7. ‘ইণ্ডিকা’ কোনে ৰচনা কৰিছিল?  Who wrote the book ‘Indika’?

উত্তৰঃ 

৪. শ্ৰমণ্য শব্দৰ উৎপত্তি ক’ৰপৰা হৈছে? From where the word ‘Sramana’ has been originated?

উত্তৰঃ 

C. চমু উত্তৰ লিখা [Write Short Answer] 

1. ব্ৰাহ্মণ্য পৰম্পৰাৰ দুটা বৈশিষ্ট্য লিখা।Write two Features of Brahmanic Tradition.

উত্তৰঃ 

2. শ্রমণসকলে কঢ়িয়াই অনা দুটা ধর্মীয় বিপ্লৱ লিখা।Write two Religious movement carried out by Shramanic Traditions.

উত্তৰঃ  

3. ব্রাহ্মণ্য পৰম্পৰা আৰু শ্ৰমণ্য পৰম্পৰাৰ দুটা সাদৃশ্য লিখা।Write two similarities between Brahmanic and Shramanic Traditions.

উত্তৰঃ 

4. ব্ৰাহ্মণ্য আৰু শ্ৰমণ্য পৰম্পৰাৰ দুটা পার্থক্য লিখা। Write two differences between Brahmanic and Shramanic Traditions.

উত্তৰঃ 

5. ধর্মযুদ্ধ বুলিলে কি বুজা? What is Holy War?

D. চমুটোকা :

1. ভাৰতৰ ইছলামিক পৰম্পৰাৰ শাখাসমূহ Streams of Islamic Traditions in India.

উত্তৰঃ

2. মুছলিম ৰাজত্বত ৰাষ্ট্ৰ প্ৰকৃতিNature of State in Muslim Period. 

উত্তৰঃ 

3. আল গজলি (Al Ghazali)

উত্তৰঃ 

4. সংমিশ্রণবাদ (Syncretism)

উত্তৰঃ 

5. প্রাচীন ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বৈশিষ্ট্যসমূহ Features of Ancient Indian Political Thought

উত্তৰঃ 

6. ব্রাহ্মণ্য পৰম্পৰা (Brahminic Tradition)

উত্তৰঃ 

E. ৰচনাধৰ্মী প্রশ্ন [Essay Type Question]

1. ভাৰতবৰ্ষৰ ইছলামিক পৰম্পৰাৰ বিভিন্ন শাখাসমূহ পৰীক্ষা কৰা।Examine different streams of Islamic Traditions in India.

উত্তৰঃ  

2. সংমিশ্ৰিত পৰম্পৰা কি? ভাৰতবৰ্ষত এই পৰম্পৰা গঢ়ি উঠা কাৰকসমূহ আলোচনা কৰা?What is Syncretic Traditions? What are the factors behind the growth of Syncretism in India?

উত্তৰঃ 

3. ব্ৰাহ্মণিক পৰম্পৰা কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা? What is Brahminic Traditions? Discuss its features.

উত্তৰঃ 

4. ব্ৰাহ্মণিক আৰু শ্ৰমণিক ৰাজনৈতিক পৰম্পৰাৰ মাজত তুলনামূলক আলোচনা কৰা ? Make a Comparative study between the Political Tradition of Brahminic and Shramanic Tradition.

উত্তৰঃ 

Question Type-Bhabesh Bora.