প্লাজমা কাক বোলে ?

আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান। আন্তঃনাক্ষত্ৰিক স্থানত, গেছ ক্ষৰণ টিউবত, নক্ষত্ৰ’ৰ (আনকি সূৰ্য্যৰ) বাতাবৰন আৰু পৰীক্ষামূলক তাপ-নিউক্লীয় বিক্ৰিয়ক প্লাজমা বোলে।