পাঁচ প্ৰকাৰৰ ভক্তিৰস কি কি ?

উত্তৰ : ভক্তিৰস পাঁচ প্ৰকাৰৰ, সেয়া হ’ল — শৃঙ্গাৰাত্মক ভক্তিৰস, দাস্য ভক্তিস, বাৎসল্য ভক্তিৰস, সম্য ভক্তিৰস আৰু শান্ত ভক্তিস।