পনীয়া সোন কাক বোলে?

উত্তৰঃ  আধুনিক সভ্যতাৰ চকৰি ঘূৰাই থকা পেট্ৰ’লিয়াম বা খনিজ তেলৰ সন্ধান ভাৰতত প্ৰথমতে অসমতে হৈছিল। খনিজ তেলক পনীয়া সোন বুলিও কোৱা হয়।