নিৰাপত্তা আৰু নিৰস্ত্ৰীকৰণ [Security and Disarmament] Chapter 3 Question Answer Assam State | B.A 4th semester Political Science suggestion Assmese Medium | B.A 4th semester Political Science solution | B.A 4th semester Political Science Question answer | B.A 4th semester Political Science notice | B.A 4th semester Political Science Notes | নিৰাপত্তা আৰু নিৰস্ত্ৰীকৰণ [Security and Disarmament] পাঠটোৰ প্ৰশ্ন-উত্তৰ

নিৰাপত্তা আৰু নিৰস্ত্ৰীকৰণ 

[Security and Disarmament]

প্রশ্নাৱলী 

১। নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ বিষয়ে আলােচনা কৰা। 

উত্তৰঃ

২। নিৰাপত্তাৰ অ-পৰম্পৰাগত ধাৰণা বুলিলে কি বুজা? এই ধাৰণাই নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে কিহৰ ওপৰত গুৰুত্ব দিয়ে? 

উত্তৰঃ

৩। উন্নয়নশীল দেশসমূহে সম্মুখীন হােৱা বিভিন্ন প্ৰকাৰৰ অ – পৰম্পৰাগত নিৰাপত্তা ভাবুকি সম্পর্কে আলােচনা কৰা। Discuss the various types of non – traditional security threat faced by the developing countries . [GU. 2014 (Gen.)] 

উত্তৰঃ

৪। অস্ত্র নিয়ন্ত্রণ মানে কি আৰু অস্ত্র নিয়ন্ত্ৰণৰ বাবে চলােৱা প্ৰয়াসৰ চমু খতিয়ান দাঙি ধৰা। 

উত্তৰঃ

৫। আণৱিক অসম্প্রসাৰণৰ সংজ্ঞা দিয়া আৰু আণৱিক সম্প্ৰসাৰণ ৰােধৰ বাবে চলােৱা প্ৰচেষ্টাৰ চমু বিৱৰণ দিয়া। 

উত্তৰঃ

৬। NPT আৰু CTBT চুক্তি দুখনৰ মূল দফাসমূহ আলােচনা কৰা আৰু চুক্তি দুখনৰ বিৰুদ্ধে উত্থাপিত অভিযােগসমূহ উল্লেখ কৰা। 

উত্তৰঃ

৭। সামূহিক নিৰাপত্তাৰ ধাৰণাকেইটা উল্লেখ কৰা। এই ধাৰণাকেইটা গ্রহণযােগ্য নে? যুক্তি দৰ্শাই উত্তৰ দিয়া। Mention the main assumption of Collective Security.  Are these assumption acceptable? Give reasons for your answer. 

উত্তৰঃ

৮। জাতিসংঘৰ চুক্তি – পত্ৰত উল্লেখ কৰা সামূহিক নিৰাপত্তাৰ সমস্যা আলােচনা কৰা। Discuss the problem of Collective Security as provided by the Covenant of the League of Nation . [GU. ’96 (M)] 

উত্তৰঃ

৯। জাতিসংঘৰ বাহিৰত সামূহিক নিৰাপত্তাৰ কাৰণে কৰা চেষ্টাসমূহ আলােচনা কৰা। Discuss the Collection Security Systems outside the League of Nations . [GU. ’98 (M)] 

উত্তৰঃ

১০। অস্ত্র নিয়ন্ত্ৰণৰ বিষয়ত আন্তঃৰাষ্ট্ৰীয় সমুদায়ে গ্রহণ কৰা পদক্ষেপসমূহ আলােচনা কৰা । Discuss the efforts of the international community in addressing the issue of arms control . [GU. 2014 (Gen .)] 

উত্তৰঃ

১১। লােকার্ণো চুক্তি স্বাক্ষৰ কৰা পৰিস্থিতি বর্ণনা কৰা। ইয়াক কিয় যুদ্ধ আৰু শাস্তিৰ মাজৰ সীমাৰেখা বােলা হয় যুক্তি দিয়া। Highlight the Circumstances leading to the conclusion of Locarno Pact of 1925. Give reasons for calling it as the real dividing line between the years of war and years of peace . [GU. ’99 (M), ’02 , 103] 

উত্তৰঃ

১২। আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰাৰ কাৰণে জাতিসংঘই কৰা চেষ্টাবােৰ পৰীক্ষা কৰা। [GU. 2000 (M), 2007 (G)] Examine the efforts made by the League of Nations for establishing International Security . 

উত্তৰঃ

১৩। কেলগ – ব্রিয়াণ্ড চুক্তিৰ চৰ্ত উল্লেখ কৰি ইয়াৰ মূল্যায়ন কৰা। State the principles of Kellogg – Briand Pact and evaluate it .

উত্তৰঃ

১৪। Evaluate the efforts of the international community in addressing the issue of arms control and [ GU . 2014 ( Gen . ) ] disarmament . 

উত্তৰঃ

১৫। নিৰীকৰণৰ জৰিয়তে জাতিসংঘই বিশ্বশান্তি ৰক্ষা কৰিবলৈ কৰা চেষ্টাৰ বিশ্লেষণ কৰা । Analyse the efforts made by the League of Nations for establishing World Peace through Disarmament . [ GU.2001 ( M ) , 2006 ( M ) , 2008 ( G ) ]

উত্তৰঃ

১৬। ১৯৩২ চনৰ বিশ – নিৰীকৰণ সন্মিলনৰ বিষয়ে আলােচনা কৰা । [GU . 2003 ( M ) ] Discuss the World Disarmament Conference , 1932 . 

উত্তৰঃ

১৭। নিৰীকৰণে কি বুজায় ? নিৰস্ত্রীকৰণৰ সপক্ষে থকা যুক্তিবােৰ আলােচনা কৰা । 

উত্তৰঃ

১৮। নিৰস্ত্রীকৰণৰ সমস্যাবােৰ ব্যাখ্যা কৰা । What is meant by Disarmament ? Discuss the argument in favour of disarmament . Explain the problems of Disarmament . 

উত্তৰঃ

১৯। জাতিসংঘৰ বাহিৰত নিৰস্ত্রীকৰণৰ কাৰণে কৰা চেষ্টাবােৰ আলােচনা কৰা । Discuss the attempt at Disarmament outside the League of Nations . 

উত্তৰঃ

২০। নিৰঞ্জীকৰণৰ প্রচেষ্টা ব্যর্থ হােৱাৰ কাৰণবােৰ ব্যাখ্যা কৰা । [ GU . 2005 ( G ) ] Explain the causes for the failure of Disarmament efforts . 

উত্তৰঃ

২১। চমুটোকা লিখা ( Write short notes ) 

( ক ) পাৰস্পৰিক সাহায্য চুক্তিৰ খচৰা ( Draft Treaty of Mutual Assistance ) 

( খ ) জেনেভা প্রটোকল ( Geneva Protocol ) [ GU , 2008 ( G ) ] 

( গ ) কেলগ – ব্রিয়াণ্ড চুক্তি ( Kellogg – Briand Pact ) 

( ঘ ) ওৱাছিংটন নৌ – সন্মিলন ( Washington Naval Conference ) 

( ঙ ) জেনেভা নৌ – সন্মিলন ( Geneva Naval Conferance ) 

( চ ) ১৯৩০ আৰু ১৯৩৫ চনৰ লণ্ডন নৌ – সন্মিলন ( London Naval Conference of 1930 and 1935 ) 

( ছ ) নিৰস্ত্রীকৰণ ( Disarmament ) [ GU . 2005 ( M ) , 2014 ( Gen . ) 

( জ ) সামূহিক নিৰাপত্তাৰ গুৰুত্ব ( Importance of Collective Security ) ( GU . 2007 ( M ) ] 

( ঝ ) Non Proliferation Treaty , 1968 [ G.U. 2014 ( M . )]

( ঞ ) Comprehensive Test Ban Treaty , 1995 [ GU . 2014 ( M . ) ]

( ট ) মানৱীয় সুৰক্ষা 

( ঠ ) গােলকীয় সুৰক্ষা 

( ড ) নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ নতুন উৎস 

( ঢ ) মহাকাশ চুক্তি , 1967 

( ণ ) মিছাইল টেক্লজী কন্ট্রল ৰিজিম ( MTCR ) 

( ত ) নাটো ( NATO ) ( table for feat ? ( In which year was NATO established ? ) [ G.U. 2014 ( M . ) ] 

( থ ) পৰমাণু অ প্রসাব চুক্তি ( Nuclear Nonproliferation Treaty ) [ GU . 2014 ( Gen . ) ] 

( দ ) সামৰিক অস্ত্র সীমিতকৰণ চুক্তি ( Strategic Arms Limitations Treaty ) [ G.U. 2014 ( Gen . ) ] 

( ধ ) সামৰিক অস্ত্র হ্রাসকৰণ চুক্তি ( Strategic Arms Reductions Treaty ) [ GU . 2014 ( Gen . ) ] 

২২। নিৰাপত্তা মানে কি ? 

উত্তৰঃ

২৩। পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাই মূলত কাৰ নিৰাপত্তা সুনিশ্চিত কৰিব বিচাৰে ? 

উত্তৰঃ

২৪। ৰাষ্ট্ৰসমূহৰ মাজৰ অসুৰক্ষাৰ প্ৰধান কাৰণ কি ? 

উত্তৰঃ

২৫। “ নিৰাপত্তাৰ দ্বিধা ” মানে কি ? 

উত্তৰঃ

২৬। মানৱীয় নিৰাপত্তাই মূলতঃ ব্যক্তিক কিহৰ পৰা মুক্তি দিব বিচাৰে? 

উত্তৰঃ

২৭। Human Development Report- এ মানব সুৰক্ষাৰ কেইটা উপাদান চিনাক্ত কৰিছে ? 

উত্তৰঃ

২৮। সহযােগিতামূলক নিৰাপত্তা মানে কি ? 

উত্তৰঃ

২৯। “ মানৱীয় হস্তক্ষেপ ” বুলিলে কি বুজা ? 

উত্তৰঃ

৩০। ( শুদ্ধ উত্তৰটো বাচি উলিওৱা ):পৰমাণু অ – প্রসাৰ চুক্তি বলবৎ হৈছিল— [ GU . 2014 ( Gen . ) 

Choose the correct answer : The Nuclear Nonproliferation Treaty entered into force in 

( i ) 1968     ( ii ) 1970     ( iii ) 1972     ( iv ) 1974 

৩১। What is the full form of START ? [ G.U. 2014 M. ) ] 

উত্তৰঃ

৩২। ABM treaty came into operation in 1972. (Write True of False) 

উত্তৰঃ

৩৩। উৰুগুৱে লানি বার্তালাপ নিৰঞ্জীকৰণ আৰু অস্ত্রনিয়ন্ত্ৰণৰ সৈতে সম্পর্কিত । ( শুদ্ধ নে অশুদ্ধ লিখা ) [ GU . 2014 ( M . ) ) Uruguay Round of Talks is related with disarmament and arms control . ( Write True or False ) [GU . 2014 ( Gen .) ]

উত্তৰঃ

Type: Ankur Raj Deka