ধৰ্ম, ধৰ্মীয় অভিজ্ঞতা আৰু বিজ্ঞান | Chapter 2 | Religion, Religious Experience and Science | BA 4th Sem Philosophy Major& BA 6th Sem Philosophy General Book Question and Answer Assamese Medium | BA 4th Sem Philosophy Major & BA 6th sem General Answer Notes Assamese Medium | BA 4th Sem Philosophy & Ba 6th Sem Philosophy General Book Suggestion Assam State |

hapter 2 

ধৰ্ম, ধৰ্মীয় অভিজ্ঞতা আৰু বিজ্ঞান 

 (Religion, Religious Experience and Science) 

প্ৰশ্নাৱলী

1. What is religion? Discuss the nature of religiion.

ধৰ্ম কি? ধৰ্মৰ প্ৰকৃতি বা স্বৰূপ আলোচনা কৰা। 

উত্তৰঃ

2. Define religion. Explain the utility of religion.

ধৰ্মৰ সংজ্ঞা দিয়া। ধৰ্মৰ উপযোগিতা ব্যাখ্যা কৰা ৷

উত্তৰঃ

3. Explain the nature of religion. What are the utility of religion?

ধৰ্মৰ স্বৰূপ ব্যাখ্যা কৰা। ধৰ্মৰ উপযোগিতা কি কি?

উত্তৰঃ

4. Give a suitable definition of religion. Explain in this connection the nat and utility of religion.

ধৰ্মৰ এটা সন্তোষজনক সংজ্ঞা দিয়া। এই সন্দৰ্ভত ধৰ্মৰ স্বৰূপ আৰু উপযোগিতা ব্যাখ্যা কৰা।

উত্তৰঃ

5. Is there any conflict between science and religin? Discuss.

বিজ্ঞান আৰু ধৰ্মৰ মাজত কোনো সংঘাত আছে নে? আলোচনা কৰা।

উত্তৰঃ

6. Expalin in details the relation between science and religion.

বিজ্ঞান আৰু ধৰ্মৰ সম্বন্ধ বহলাই আলোচনা কৰা।

উত্তৰঃ

7. What are the differences between science and religion.

বিজ্ঞান আৰু ধৰ্মৰ মাজত থকা পার্থক্যসমূহ কি কি?

উত্তৰঃ

8. “A little science takes us away from religion but a little more science bring back to it.” Discuss in this connection the relation between religion and science.

অলপীয় বিজ্ঞানে আমাক ধৰ্মৰ পৰা আঁতৰাই নিয়ে, কিন্তু বিজ্ঞানৰ প্ৰাচুৰ্যই আমাক পুনৰ ধৰ্মলৈ লৈ যায়।” এই সন্দৰ্ভত ধৰ্ম আৰু বিজ্ঞানৰ সম্বন্ধ অলোচনা কৰা।

উত্তৰঃ

9. “Science without religion is lame, religion without science is blind. “Explain. 

“ধৰ্ম বিহীন বিজ্ঞান খোৰা আৰু বিজ্ঞান বিহীন ধৰ্ম অন্ধ”। ব্যাখ্যা কৰা।

উত্তৰঃ

10. Defiine religion. What are the characteristics of religion? 

ধৰ্মৰ সংজ্ঞ দিয়া। ধৰ্মৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ

11. What is religion? Explain the different elements of religion. 

ধৰ্ম কাক বোলে? ধৰ্মৰ বিভিন্ন উপাদানসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ

12. “While the salvation of the Soul is the end of religion, the discovery of trun is the object of philosophy” Explain in this connection the relation betwee religion and philosophy. 

“ধৰ্মৰ লক্ষ্য হ’ল আত্মাৰ মুক্তি, দৰ্শনৰ উদ্দেশ্য হ’ল সত্যৰ আৱিষ্কাৰ।” এই সন্দৰ্ভত ধ আৰু দৰ্শনৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ

13. Explain whether religion and science are complementary to each other.

ধৰ্ম আৰু বিজ্ঞান পৰস্পৰ পৰিপূৰক নে ব্যাখ্যা কৰা।

উত্তৰঃ

14. Explain the scope of religion.

ধৰ্মৰ পৰিসৰ বা আলোচ্য বিষয়বস্তুৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ

অতি চমু প্রশ্ন (Very short type questions)

1. What are the aspects or different elements of religion?

ধৰ্মৰ বিভিন্ন দিশ বা উপাদান সমূহ কি কি?

উত্তৰঃ

2. From which word the term ‘Religion’ derived? ‘Religion’

শব্দটো কোন শব্দৰ পৰা আহিছে?

উত্তৰঃ

3. What is the meaning of the term ‘Religare’? ‘Religare’ শব্দৰ অৰ্থ কি?

উত্তৰঃ

4. Give Hegel’s definition of religion.

হেগেলৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ

5.Mention Flint’s definition of relgiion. 

ফ্লিণ্টৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ 

6.What is Maxmuller’s definition of religion? 

মেক্স মুলাৰৰ ধৰ্মৰ সংজ্ঞাটো কি?

উত্তৰঃ

7. Give Tylor’s definition of religion.

টাইলৰৰ ধৰ্মৰ সংজ্ঞা দিয়া।

উত্তৰঃ

8. Mentiion Mac Taggart definition of religion. 

মেক টেগাৰ্টৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ

9. “Religion is morality touched with emotion” Who said? 

“আৱেগ স্পর্শিত নৈতিকতাই ধর্ম”–কোনে কৈছে?

উত্তৰঃ

10. What is the Frazer’s definition of religion?

ফ্ৰেজাৰৰ ধৰ্মৰ সংজ্ঞাটো কি?

উত্তৰঃ

11. What is the Kant’s definition of religion?

কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো কি?

উত্তৰঃ

12. Mention Galloway’s definition of religion.

গেলোৱেৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ

13. Give Martineau’s definition of religion.

মাৰ্টিনিউৰ ধৰ্মৰ সংজ্ঞা দিয়া।

উত্তৰঃ

14. “A little science takes us away from religion but a little more science bring us back to it. “Who is the advocate of this view?

“অলপীয় বিজ্ঞানে আমাক ধৰ্মৰ পৰা আঁতৰাই নিয়ে, কিন্তু বিজ্ঞানৰ প্ৰাচুৰ্যই আমাক পুনৰ ধৰ্মলৈ লৈ যায়।” এই উক্তিটোৰ প্ৰৱক্তা কোন?

উত্তৰঃ

15. “Science without religion is lame, religion without science is blind. “Who said this?

“ধর্ম বিহীন বিজ্ঞান খোৰা আৰু বিজ্ঞান বিহীন ধর্ম অন্ধ”। এই উক্তিটো কাৰ?

উত্তৰঃ

16. What is the etymological meaning of religion? 

ধৰ্মৰ শাব্দিক বা ব্যুৎপত্তিগত অর্থ কি?

উত্তৰঃ

17. What is the Indian synonyme of Religion? 

Religion ৰ ভাৰতীয় সমার্থক শব্দ কি?

উত্তৰঃ

18. What is the etymological meaning of ‘Dharma’?

‘ধৰ্মৰ’ শাব্দিক অর্থ কি?

উত্তৰঃ

19. “The literal meaning of religion is that which binds man together”—— Is it true?

“ব্যুৎপত্তিগতভাৱে ধৰ্মৰ অৰ্থ হৈছে যিয়ে মানুহক একেলগে বান্ধি বা ধৰি ৰাখে।”___এইটো সত্য নে?

উত্তৰঃ

20. “The religious attitude is frankly personal or valuational; but the scientis attitude is impersonal.” —-Do you agree? 

“ধর্মীয় মনোবৃত্তি স্পষ্টভাৱেই ব্যক্তিগত, বৈয়ক্তিক বা মূল্যাংকনাত্মক: কিন্তু বৈজ্ঞানিক মনোবৃ নৈর্ব্যক্তিক” ––তুমি মানি লোৱানে?

উত্তৰঃ

21. “What philosophy has in common with science is that its interest in things mainly intellectual. “Do you consider it to be true?

“বিজ্ঞানৰ লগত দৰ্শনৰ মিল থকা বিষয়টো হ’ল ইয়াৰ বিষয়বস্তুৰ প্ৰতি থকা আগ্রহ ঘাই। বৌদ্ধিক।”—এইটো সত্য বুলি বিবেচনা কৰা নে?

উত্তৰঃ

22. Give a definition of religion.

ধৰ্মৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ

23. Give a suitable definition of religion.

ধৰ্মৰ এটা সন্তোষজনক সংজ্ঞা দিয়া।

উত্তৰঃ

24. What is the cognitive element of religion?

ধৰ্মৰ জ্ঞানাত্মক বা বৌদ্ধিক উপাদান কি?

উত্তৰঃ

25. What is the affective element of religion?

ধৰ্মৰ অনুভূতিমূলক উপাদান কি?

উত্তৰঃ

26. What is the conative element of religion?

ধৰ্মৰ ক্ৰিয়াত্মক উপাদান কি?

উত্তৰঃ

Type: Krishna Bora