ধাতু আৰু অধাতুৰ মৌলিক পাৰ্থক্যটো কি ?

ধাতুবিলাক সাধাৰণতে টান বা কঠিন। ধাতুবোৰৰ দ্যুতি বা চিকমিকনি আছে ৷ইহঁত ঘাতসহনশীল ৷ধাতুবোৰৰ নমনীয়তা গুণ আছে
ধাতুবিলাক তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ ইহঁত বিদ্যুতৰ সুপৰিবাহ।আনহাতে অধাতুবিলাকে বিভিন্ন ৰং দেখুৱায় ৷
অধাতুবিলাক ঘাতসহনশীল নহয় ৷অধাতুবিলাকৰ নমনীয়তা গুণ নাই ৷অধাতুবিলাক তাপৰ কুপৰিবাহী বা দুৰ্বল পৰিবাহী ৷ইহঁত বিদ্যুতৰ কুপৰিবাহী বা দুৰ্বল পৰিবআহী ৷