দৰ্শন আৰু শিক্ষা
(i) অতি চমু প্ৰশ্ন (Very Short Questions)
১) দৰ্শন মানে কি?
What is Philosophy?
Answer-
২) ভাৰতৰ প্ৰসংগত দৰ্শনৰ ব্যুৎপত্তিগত অৰ্থ লিখা?
Write about the etymological meaning of Philosophy in India context?
Answer-
৩) দৰ্শনৰ এটা বৈশিষ্ট্য় উল্লেখ কৰা।
Mention one characteristic of philosophy.
Answer-
৪) জ্ঞানবিদ্য়া মানে কি?
What is epistemology?
Answer-
৫) “Education and philosophy are two side of a coin.”-কথাষাৰ কোনে কৈছিল?
“Education and philosophy are two side of a coin.”-Who said this?
Answer-
৬) শিক্ষাৰ দৰ্শন কি?
What is philosophy of Education?
Answer-
৭) অধিবিদ্য়া মানে কি?
What is metaphysics?
Answer-
৮) নীতিবিজ্ঞান কি?
What is ethics?
Answer-
৯) নন্দনতত্ব কি?
What is aesthetics?
Answer-
১০) তত্ববিদ্য়া কি?
What is ontology?
Answer-
(ii) চমু প্ৰশ্ন (Short Questions)
১) দৰ্শনৰ প্ৰধান শাখাবোৰ কি?
What are the main branches of philosophy?
Answer-
২) দৰ্শনৰ ধাৰণা সম্বন্ধে লিখা।
Write about the concept of philosophy.
Answer-
৩) দৰ্শনৰ প্ৰকৃতি বাখ্যা কৰা।
Elaborate the nature of philosophy.
Answer-
৪) শিক্ষাৰ দৰ্শনৰ অৰ্থ লিখা।
Write the meaning of philosophy of education.
Answer-
৫। টোকা লিখাঃ
Writes notes on:
(ক) দৰ্শন আৰু শিক্ষাৰ লক্ষ্য
Philosophy and aims of education.
Answer-
(খ) দৰ্শন আৰু পাঠ্যক্ৰম
Philosophy and curriculum.
Answer-
(গ) দৰ্শন আৰু শিক্ষাদানৰ পদ্ধতি
Philosophy and method of teaching.
Answer-
(ঘ) দৰ্শন আৰু শিক্ষক
Philosophy and teacher.
Answer-
(ঙ) দৰ্শন আৰু অনুশাসন
Philosophy and discipline.
Answer-
(iii) দীঘল প্ৰশ্ন (Long Questions)
১। দৰ্শনৰ উৎপত্তিৰ বাখ্যা কৰা।
Explain the origin of philosophy.
Answer-
২। দৰ্শনৰ পৰিসৰ আলোচনা কৰা
Discuss the scope of philosophy.
Answer-
৩। ‘দৰ্শন অবিহনে শিক্ষাৰ কলা অসম্পূৰ্ণ-আলোচনা কৰা।
“Art of education is incomplete without philosophy”- Discuss.
Answer-
৪। শিক্ষাৰ তাত্বিক আৰু দৰ্শনৰ ব্য়ৱহাৰিক দিশত দৰ্শনৰ অৱদানবোৰ বিষয়ে মূল্য়ায়ণ কৰা।
Evaluate the contribution of philosophy in the theory and practice of education.
Answer-
৫। শিক্ষাৰ দৰ্শনৰ পৰিসৰ আলোচনা কৰা।
Discuss the scope of philosophy of education.
Answer-