তাপবৰ্জী বিক্ৰিয়া বুলিলে কি বুজা ?

শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণ তাপ শক্তিৰ উৎপন্ন হয়। সেইবোৰ শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।