ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে ?

উত্তৰঃ তেওঁ ৰামায়ণী সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।