ঝুম খেতি মানে কি?

উত্তৰঃ  কোনাে পাহাৰীয়া অঞ্চলত হাবি-জঙ্গল ছাফা কৰি জ্বলাই দি সেই মাটিত পৰম্পৰাগত পদ্ধতিত খেতি কৰাকে ঝুম খেতি’ বােলে।