জৰ্জ এডৱাৰ্ড মূৰ | Chapter 1 | Goerge Edward Moore | BA GU Philosophy Major Solution Assamese Medium | Guwahati University |

জৰ্জ এডৱাৰ্ড মূৰ

Goerge Edward Moore

Chapter1

প্ৰশ্নাৱলী:

Broad Questions/ৰচনাধৰ্মী প্ৰশ্ন:

1. Explain and examine Moore’s refutation of Idealism.

মূৰৰ ভাববাদ খণ্ডন ব্যাখ্যা আৰু পৰীক্ষা কৰা।

2. What is the main conclusion of Idealism, according to Moore? Explain.

মূৰৰ মতে ভাববাদৰ মূল সিদ্ধান্তটো কি? ব্যাখ্যা কৰা।

3. Explain how Moore refuted Berkeley’s dictum ‘Esse is percipi’

মূৰে বাৰ্কলিৰ উক্তি ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ক কেনেদৰে খণ্ডন কৰিছে ব্যাখ্যা কৰা।

4. Distingiush between sensation and objects of sensation.

সংবেদন আৰু সংবেদিত বস্তুৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।

5. How do you distingiush consciousness from objects of consciousness? Explain after Moore.

চেতনাক চেতনাৰ বিষয়বস্তুৰ পৰা তুমি কেনেদৰে পৃথক কৰিবা? মূৰক অনুসৰণ কৰি ব্যাখ্যা কৰা।

6. What is Idealism? Assess Moore’s criticsm of Idealism.

ভাববাদ কাক বোলে? মূৰৰ ভাববাদ খণ্ডনৰ মূল্যাংকণ কৰা।

7. How does Moore attack the proposition ‘Esse est percipi’? Does he thereby surpass idealism?

‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ বচনটোক মূৰে কেনেদৰে আক্ৰমণ কৰিছে? তেওঁ ইয়াৰ দ্বাৰা ভাববাদক অতিক্ৰম কৰিছে নেকি?

8. Distinguish between ‘blue’ and the ‘consciouness of blue’ after G.E. Moore

মূৰক অনুসৰণ কৰি নীলা ৰং আৰু নীলা ৰঙৰ চেতনাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।

9. How does Moore establish the objectivity of the external world?

মূৰে বাহ্যজগতৰ অস্তিত্বক কেনেদৰে প্ৰতিষ্ঠিত কৰিছে?

10. What are the objections raised by Moore against idealism?

ভাববাদৰ বিৰুদ্ধে উত্থাপিত মূৰৰ অভিযোগসমূহ কি কি?

11. Distinguish after Moore between the conception of blue and the sensation of blue.What is the bearing upon his refutation of idealism?

মূৰক অনুসৰণ কৰি নীলা ৰঙৰ ধাৰণা আৰু নীলা ৰঙৰ সংবেদনৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। ভাববাদ খণ্ডনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিছে?

12. What is Idealism? Is Idealism tenable? Discuss after Moore.

ভাববাদ কাক বোলে? ভাববাদ গ্ৰহণযোগ নে? মূৰক অনুকৰণ কৰি আলোচনা কৰা।

13. What is idealism? What are the objections raised by Moore against Berkeley’s idealism.

ভাববাদ কাক বোলে? বাৰ্কলিৰ ভাববাদৰ বিৰুদ্ধে মূূৰৰ অভিযোগবোৰ কি কি আছিল?

14. How did Moore refute Berkeley’s dictum ‘Esse Est Percipi’? Discuss.

মূৰে বাৰ্কলিৰ ‘প্ৰত্যক্ষতে ইতি বিদ্যমান’ উক্তিটো কেনেদৰে খণ্ডন কৰিছিল? আলোচনা কৰা।

15. Discuss Moore’s refutation of idealism.(2015)

মূৰৰ ভাববাদ খণ্ডন আলোচনা কৰা।

16. Is Moore consistent in refuting idealism? Give your comment.

ভাববাদ খণ্ডন কৰিবলৈ মুৰ সক্ষম হৈছিলনে? তোমাৰ মতামত দিয়া।

17. Discuss how Moore refutes idealism.

মুৰে কেনেকৈ ভাববাদ খণ্ডন কৰিছে, আলোচনা কৰা।

18. Give an account of the analytic movement in the contemporary Western philosophy.

সমসাময়িক পাশ্চাত্য দৰ্শনৰ বিশ্লেষণাত্মক গতিবাদৰ এক থকিয়ান দাঙি ধৰা।

19. How did Moore distinguish between ‘blue’ and ‘the consciousness of blue’?

‘নীলা’ আৰু ‘নীলাৰ চেতনাৰ’ মাজত মূৰে কেনেদৰে পাৰ্থক্য বিচাৰ কৰিছিল?

20. Explain and examine Moore’s defence of common sense.

মূৰৰ সাধাৰণ জ্ঞানৰ সমৰ্থনক ব্যাখ্যা আৰু পৰীক্ষা কৰা।

21. What is common sense? How did Moore defence common sense?

সাধাৰণ জ্ঞান কাক বোলে? মূৰে কেনেদৰে সাধাৰণ জ্ঞানক সমৰ্থন কৰিছে?

22. Discuss Moore’s arguments in defenece of common sense.

সাধাৰণ জ্ঞানৰ সমৰ্থন সম্পৰ্কীয় মূৰৰ যুক্তিসমূহ আলোচনা কৰা।

Short Questions / চমু প্রশ্ন :

 1 . When and where Moore was born ?

 মূৰ কেতিয়া আৰু ক’ত জন্মগ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৮৭৩ চনত দক্ষিণ লণ্ডনত মূৰৰ জন্ম হৈছিল।

 2. Was Moore a realist ? 

মূৰ এজন বাস্তৱবাদী নে ?

উত্তৰঃ হয়।

 3. What is the main conclusion of idealism ? 

 ভাববাদৰ মূল সিদ্ধান্তটো কি ?

উত্তৰঃ ভাববাদৰ মূল সিদ্ধান্ত হল ‘সত্তা আধ্য়াত্মিক’।

 4. Moore is a realist / idealist / materialist . ( choose the correct answer ) 

মূৰ হ’ল এগৰাকী বাস্তৱবাদী / ভাববাদী / জড়বাদী । 

( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) 

উত্তৰঃ মূৰ হল এগৰাকী বাস্তৱবাদী।

5. Moore’s realism is known as naive realism / scientific realism / ne

 realism . ( choose the correct answer )

মূৰৰ বাস্তৱবাদক  সৰল বাস্তৱবাদ / বৈজ্ঞানিক বাস্তৱবাদ / নব্য – বাস্তৱবাদ বুলি জনা যায় । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা )

উত্তৰঃ মূৰৰ বাস্তৱবাদক নব্য়-বাস্তৱবাদ বুলি জনা যায়।

 6 . What , according to Moore , is an extremely bad definition . ’ ? 

মূৰৰ মতে ‘ অতিকৈ বেয়া সংজ্ঞা’টো কি ? 

7 . What are the three possible meaning of the copula ‘ is ’ ?

 সংযোজক ‘ হয়’ৰ তিনিটা সম্ভাৱ্য অর্থ কি কি ?

উত্তৰঃ সংযোজক ‘হয়’ৰ তিনিটা সম্ভাৱ্য় অৰ্থ হল-

i)প্ৰথম অৰ্থটো হল- অভেদ্য়তা

ii)দ্বিতীয় অৰ্থটো হল- আংশিক অভেদ্য়তা

iii)তৃতীয় অৰ্থটো হল- অবিচ্ছেদ্য় আৰু অনিবাৰ্য।

 8 . Esse Est percipi ‘ — who is associated with this statement ? 

‘ Esse Est percipi’— উক্তটোৰ লগত জড়িত দার্শনিক গৰাকী কোন ?

উত্তৰঃ বাৰ্কলি।

 9. Moore refuted the statement ‘ Esse Est percipi ‘ / ‘ Reality is mental ‘ ( choose the correct answer )

 মূৰে ‘ Esse Est percipi ’ / ‘ Reality is mental ’ উক্তটোক খণ্ডন কৰিছে । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা )

উত্তৰঃ ‘Esse Est percipi’।

 10. Moore refuted realism / idealism . ( choose the correct answer )

মূৰে বাস্তৱবাদ/ভাববাদক খণ্ডন কৰিছে। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ মূৰে ভাববাদক খণ্ডন কৰিছে।

11. What is the main statement of idealism?

ভাববাদৰ  মূল উক্তিটো কি?

উত্তৰঃ ভাববাদৰ মূল উক্তি হল- সত্তা আধ্য়াত্মিক বা মানসিক।

12. Berkeley’s idealism is called subjective/ objective /phenomenolistic idealism. (choose the correct answer)

বাৰ্কলিৰ ভাববাদক আত্মগত/ বস্তগত/ অৱভাসিক ভাববাদ বুলি কোৱা হয়। (উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ আত্মগত।

13. Name any two books of G.E.Moore.

জি.ই.মূৰৰ দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ জি.ই.মূৰৰ দুখন গ্ৰন্থৰ নাম হল- 

i)Some Main Problems of Philosophy 

ii) Philosophical Papers

14. Write the name of any two articles of G.E. Moore.

জি.ই. মূৰৰ যিকোনো দুটা প্ৰৱন্ধৰ নাম লিখা।

উত্তৰঃ জি.ই.মূৰৰ যিকোনো দুটা প্ৰৱন্ধৰ নাম হল- 

i)A Defence of Common Sense

ii) A proof of the External World 

15. Who is the author of ‘The Refutation of Idealism’?

‘ The Refutation of Idealism’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ‘The Refutation of Idealism’গ্ৰন্থখনৰ লেখক হল- জৰ্জ এডৱাৰ্ড মূৰ।

16. Who is the author of ‘A Defence of Common Sense’?

‘A Defence of Common Sense’ লেখক কোন?

উত্তৰঃ‘A Defence of Common Sense’ লেখক হল- জৰ্জ এডৱাৰ্ড মূৰ।

17. Who is the author of ‘principia Ethica’?

‘Principia Ethica’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ‘Principia Ethica’ গ্ৰন্থখনৰ লেখক হল-জৰ্জ এডৱাৰ্ড মূৰ।

18. What,according to Moore, is the first meaning of the copula ‘is’?

মূৰৰ মতে, সংযোজক ‘হয়’ৰ প্ৰথম অৰ্থটো কি?

উত্তৰঃ মূৰৰ মতে, সংযোজক ‘হয়’ৰ প্ৰথম অৰ্থটো হল- অভেদ্য়তা।

19. What, according to Moore, is the second meaning of the copula ‘is’?

মূৰৰ মতে, সংযোজক ‘হয়’ৰ দ্বিতীয় অৰ্থটো কি?

উত্তৰঃ মূৰৰ মতে, সংযোজক ‘হয়’ৰ দ্বিতীয় অৰ্থটো হল- আংশিক অভেদ্য়তা।

20. What ,according to Moore, is the third meaning of the copula ‘is’?

মূৰৰ মতে, সংযোজক ‘হয়’ৰ তৃতীয় অৰ্থটো কি?

উত্তৰঃ মূৰৰ মতে, সংযোজক ‘হয়’ৰ তৃতীয় অৰ্থটো হল- অবিচ্ছেদ্য় আৰু অনিবাৰ্য।

21. In the article ‘The Refutation of Idealism’, Moore refuted mainly the idealism of Berkeley/ Hegel/Plato. (choose the correct answer)

‘The Refutation of Idealism’ প্ৰৱন্ধটোত মূৰে প্ৰধানত বাৰ্কলি/ হেগেল/ প্লেটোৰ ভাববাদক খণ্ডন কৰিছে। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ বাৰ্কলি।

22. What is the ,meaning of the statement ‘Esse Est percipi.’?

‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ বা ‘ Esse Est percipi’ উক্তিটোৰ অৰ্থ কি?

উত্তৰঃ 

23. Who refuted Berkeley’s ‘Esse Est percipi.’?

বাৰ্কলিৰ ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ বা ‘ Esse Est percipi’ উক্তিটোক কোনে খণ্ডন কৰিছে?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰে।

24. Who is the author of ‘Philosophical Studies’?

‘Philosophical Studies’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ‘Philosophical Studies’ গ্ৰন্থখনৰ লেখক হল- জৰ্জ এডৱাৰ্ড মূৰে।

25. Who is the author of ‘Status of the Sense-data ‘?

‘Status of the Sense-data’ ৰ লেখক কোন?

উত্তৰঃ ‘Status of the Sense-data’ ৰ লেখক হল-জৰ্জ এডৱাৰ্ড মূৰে।

26. In the distiction between consciousness and objects of consciousness, Moore was influenced by—-. (Fill in the black)

চেতনা আৰু চেতনাৰ বিষয়বস্তুৰ পাৰ্থক্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মূৰে ……. ৰ দ্বাৰা প্ৰভাৱিত হৈছিল। (খালি ঠাই পূৰণ কৰা)

উত্তৰঃ দাৰ্শনিক মেইনঙ।

27. What is Idealism?

ভাববাদ কাক বোলে?

উত্তৰঃ যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতা মনৰ ওপৰত নিৰ্ভশীল, জ্ঞাতা মনৰ পৰা স্বাধীনভাৱে কোনো বস্তু থাকিব নোৱাৰে, সেই মতবাদে ভাববাদ।

28. Does Moore consider the existence of an object and the consciousness of it to be identical?

মূৰে বস্তুৰ আৰু তাৰ চেতনাক অভিন্ন বুলি গণ্য কৰে নে?

29. Who has said that consciousness always points beyond itself?

কোনে কৈছে যে চেতনা সদায় নিজৰ বাহিৰে অন্য কিবাক নিৰ্দেশ কৰে।

উত্তৰঃ এডমুণ্ড হুছাৰ্ল।

30. Who was the author of ‘Some Main Problems of Philosophy’?

‘Some Main Problems of Philosophy ‘ৰ লেখক কোন?

উত্তৰঃ‘Some Main Problems of Philosophy ‘ৰ লেখক হল- জৰ্জ এজৱাৰ্ড মূৰ।

31. Who was awarded ‘Prize-Fellowship’?

কোন গৰাকী দাৰ্শনিকে ;Prize-Fellowship’ পুৰস্কাৰ লাভ কৰিছিল?

উত্তৰঃ জৰ্জ এজৱাৰ্ড মূৰ।

32. Who was the father of analytic ethics or meta-ethics?

বিশ্লেষণাত্মক নীতিশাস্ত্ৰ বা অধিনীতিশাস্ত্ৰৰ জনক কোন?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

33. Was Moore an editor of the famous journal Mind?

জি.ই.মূৰ বিখ্যাত পত্ৰিকা ‘Mind’ ৰ সম্পাদনা আছিল নে?

উত্তৰঃ আছে।

34. Who was elected as the Chair of Philosophy?

Chair of Philosophy হিচাপে কাৰ নিৰ্বাচন কৰা হৈছিল?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

35. Who was awarded the ‘Order of Merit’?

কোনে ‘ Order of Merit’ পুৰস্কাৰ লাভ কৰিছিল?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

36. Who was the author of’ Philosophical Papers’?

‘Philosophical papers’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

37. Who was the author of ‘Commonplace Book”?

‘Commonplace Book’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

38. Who was the author of ‘A Proff of the External World’?

‘A Proof of the External World’ ৰ লেখক কোন?

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

39. Moore’s paper Refutation of Idealism’ mainly targeted the philosophy

মূৰে ‘Refutation of Idealism’ ৰ যোগেদি প্ৰধানত আক্ৰমণৰ লক্ষ্য কৰি লোৱা দৰ্শনটো হ’ল

(i) Barkeley (বাৰ্কলি)

(ii) Hume (হিউম)

(iii)Hegel (হেগেল)

iv) kant (কান্ট)

(Choose the correct altetnatie)

উত্তৰঃ বাৰ্কলি।

40. The emphasis of analytic philosophy is on conceptual analysis/ linguistic analysis/critical analysis.

(Strike off the incorrect alternative)

বিশ্লেষণাত্মক দৰ্শনে ধাৰণাগত বিশ্লেষণ  / ভাষিক বিশ্লেষণ/ বিচাৰমূলক বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

            ( শুদ্ধ বিকল্পটো বাছি উলিওৱা)

উত্তৰঃ ভাষিক বিশ্লষণ।

41. What is the distinction between consciousness and the object of consciousness ?

চেতনা আৰু চেতনাৰ বিষয়ৰ মাজত পাৰ্থক্য কি?

42. Analytic philosophy is also called linguistic philosophy .(write True or False)

 বিশ্লেষণাত্মক দৰ্শনৰ ভাষিক দৰ্শন বুলিও কোৱা হয়।

                        (সঁচা নে মিছা লিখা)

উত্তৰঃ সঁচা।

43. According to Moore ,The existence of the objects in the external world. 

মূৰৰ মতে বাহ্যিক জগতত বস্তুৰ অস্তিত্ব

(i) Depends upon human perception

প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে

(ii) Does not depend upon perception

প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ নকৰে

(iii) Is known through perception

প্ৰত্যক্ষৰ দ্বাৰা জনা যায়

(iv) Is an inference

এক অনুমান

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাছি উলিওৱা)

উত্তৰঃ প্ৰতক্ষ্য়ৰ ওপৰত নিৰ্ভৰ কৰে।

44. Write the name of three important philosophy responsible for the development of analytic movement in Western philosophy.

পাশ্চাত্য দৰ্শনৰ বিশ্লেষণাত্মক প্ৰগতিত অগ্ৰণী ভূমিকা লোৱা তিনিজন গুৰুত্বপূৰ্ণ দাৰ্শনিকৰ নাম লিখা।

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ, ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল আৰু লুডৱিগ উইটগেনষ্টাইন।

45. Which basic statement of idealism was rejected by Moore.

ভাববাদৰ কোনটো মুখ্য বচন মূৰে খণ্ডন কৰিছিল?

উত্তৰঃ ‘Esse est percipi’ অৰ্থাৎ অস্তিত্ব প্ৰত্য়ক্ষ নিৰ্ভৰ ।

46. Which one of the following is true?

তলৰ কোনটো শুদ্ধ?

  (a) Moore is an idealist

মূৰ হৈছে  এগৰাকী ভাববাদী

(b) Moore is a commonsense philosopher

মূৰ হৈছে এগৰাকী সাধাৰণ বা সামান্য জ্ঞানৰ দাৰ্শনিক 

(c) Moore refuted philosophy of sense data.

মূৰ ইন্দ্ৰিয় উপাত্ত বা ইন্দ্ৰিয়লব্ধ তথ্যৰ দৰ্শনক খণ্ডন কৰিছে

                                     (Choose the correct alternative)

                                       (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

উত্তৰঃ মূৰ হৈছে এগৰাকী সাধাৰণ বা সামান্য় জ্ঞানৰ দাৰ্শনিক।

47. What is subjective idealism?

আত্মনিষ্ঠ ভাববাদ মানে কি?

উত্তৰঃ আত্মনিষ্ঠ ভাববাদ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে।

48. The analytic philosophy emphasised on conceptual analysis/linguistic analysis/critical analysis.

                                               (Choose teh correct alternative)

বিশ্লেষণাত্মক দৰ্শনে ধাৰণাগত বিশ্লেষণ / ভাষিক বিশ্লেষণ/ বিচাৰমূলক বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

                                                    (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

উত্তৰঃ ভাষিক বিশ্লষণ।

49. What is the main statement of Berkeley

বাৰ্কলিৰ ভাববাদৰ মূল উক্তিটো কি?

উত্তৰঃ ‘Esse est percipi’।

50. Why Moore’s philosophy is called common sense philosophy?

মূৰৰ দৰ্শনক কিয় সাধাৰণ জ্ঞানভিত্তিক দৰ্শন বুলি কোৱা হয়?

উত্তৰঃ জগত সম্পৰ্কীয় সকলো বিষয়ৰ ব্য়াখ্য়া লৌকিক বা সাধাৰণ জ্ঞানৰ দ্বাৰা প্ৰদান কৰা হয় কাৰণে মূৰৰ দৰ্শনক সাধাৰণ জ্ঞান ভিত্তিক দৰ্শন বুলি কোৱা হয়।

51. What is common sense, according to Moore?

মূৰৰ মতে সাধাৰণ জ্ঞান কি?

উত্তৰঃ মূৰৰ মতে ,”জগত সম্পৰ্কীয় আমাৰ কিছুমান ধাৰণা আছে যিবোৰ সম্প্ৰতি প্ৰায় সকলোৱে স্বীকাৰ কৰে। এই ধাৰণাসমূহ এইদৰে সাৰ্বজনীনভাৱে স্বীকৃত যে ইহঁতক সাধাৰণ জ্ঞান বুলি কোৱা হয়”।

52. Name the article in which Moore defenced common sense?

সাধাৰণ জ্ঞানক সমৰ্থন কৰা মূৰৰ প্ৰবন্ধটোৰ নাম লিখা।

উত্তৰঃ ‘A Defence of Common’।

53. Name the philosopher who defenced common sense.

সাধাৰণ জ্ঞানক সমৰ্থন কৰা দাৰ্শনিকজনৰ নাম লিখা।

উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

DIKHA BORA