জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।