জাৰণ বিক্ৰিয়া কি ?

যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাকে জাৰণ বিক্ৰিয়া বোলে