জলমণ্ডল কাক বোলে?

উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰত থকা সাগৰ,হ্ৰদ,নদ-নদী,অন্যান্য জলৰাশি,জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ,এই আটাইবোৰক একেলগে জলমণ্ডল বোলে।