চৰ্যাপদ মানে কি?

উত্তৰঃ চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত।