অধ্যায় ৫
গৰিয়া,মৰিয়া আৰু দেশীয়সকল
১| বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ
২| বখতিয়াৰ খিলিজি কিহৰ বাবে অসম প্ৰবেশ কৰিছিল ?
উত্তৰঃ
৩। বখতিয়াৰ খিলিজি কাৰ হাতত পৰাস্ত হৈছিল ?
উত্তৰঃ
৪। ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম কি ?
উত্তৰঃ
৫ | অসমত কাক গৰিয়া বােলা হয় ?
উত্তৰঃ
৬| আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ দুটা বৰ্ণনা কৰা।
উত্তৰঃ
৭| মৰিয়া আৰু দেশূ জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা কৰা |
উত্তৰঃ
৮| চমুটোকা লিখাঃ
(ক) বাঘ বাজৰিকা
(খ) আজান ফকীৰ
(গ) ছৈয়দ আব্দুল মালিক
(ঘ) নবাব ছেহিদুৰ ৰহমান
উত্তৰঃ