উত্তৰঃ গোবিন্দ মিশ্ৰই ভট্টদেৱৰ ভক্তিবিৱেক নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ অনুবাদ কৰিছিল। ভট্টদেৱৰ সংস্কৃত ভক্তিতত্ত্ব সম্প্ৰৰ্কীয় সংগ্ৰহ গ্ৰন্থ ‘ভক্তিবিৱেক’ৰ প্ৰাঞ্জল পদানুবাদ গোবিন্দ মিশ্ৰৰ অন্যতম কৃতি।
Question and Answer Solution