খ। শ্ৰুতি ধ্বনিবিজ্ঞানঃ

ইয়াত বাক্ধ্বনিৰ আৱয়বিক গুণসমুহ শ্ৰুতিগতভাৱে অৰ্থাৎ বক্তাৰ মুখৰ ধ্বনিসমূহ শ্ৰোতাৰ কাণত কিদৰে প্ৰতিধ্বনিত হয় তাৰ আলমত অধ্যয়ত কৰা হয়।