কৃপণে কাৰ কি কাৰ্য বিধি পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায় ?

ধন ভাঙিবলৈ ওলালে কৃপন লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায় ।