কাৰ্বন বিজাৰণ পদ্ধতি কি ?

অক্সাইডৰ পৰা ধাতু উত্পন্ন কৰিবলৈ বিজাৰণ পদ্ধতি ব্য়ৱহাৰ কৰা হয়। উদাহৰণ হিচাপে যিংক অক্সাইড কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতৱ যিংকলৈ বিজাৰিত হয়। এই পদ্ধতিক কাৰ্বন বিজাৰণ পদ্ধতি বোলা হয়।