অধ্যায় ৩
কাৰ্বিসকল
প্ৰশ্নাৱলী
১| কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল ?
উত্তৰঃ
২| কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা |
উত্তৰঃ
৩| কাৰ্বিসকলৰ উৎসৱ-ৰ্পাবণ সম্পৰ্কে লিখা।
উত্তৰঃ
৪| কাৰ্বিসকলৰ মূল ফৈদকেইটা কি কি ?
৫| কাৰ্বিসমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধ মান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা।
উত্তৰঃ
৬| চমুটোকা লিখাঃ
(ক) ছেমছনছিং ইংতি
(খ) ছামছিং হাঞ্চে
(গ) বংলং তেৰাং
(ঘ) লংকাম তেৰণ
উত্তৰঃ