ওজাপালিৰ দুটা ভাগৰ নাম লিখা?

উত্তৰঃ পূৰ্বৰ ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভাগ কৰা হৈছিল। ২) মহাকাব্য অনাশ্ৰয়ী ওজাপালি। আনহাতে মহাকাব্য অনাশ্ৰয়ী ওজাপালিক পাঁচটা ভাগত ভগাব পাৰি। ওজা আৰু পালি এই দুইবিধ অনুষ্ঠান নিৰ্বাহিকাৰ দ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত হয়।